July 20, 2026 7:51 PM | Jubin garag

printer

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। আজি গণেশ বড়ো, অভিজিৎ দাস, ত্রিদিপ ডেকা, আৰু বিৰিঞ্চি মোহন শৰ্মাই আদালতত সাক্ষ্য প্ৰদান কৰে। এই সাক্ষ্য প্রদান কালত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আটাইকেইজন সাক্ষীকে জেৰা কৰে। অৱশ্যে অন্যান্য অভিযুক্ত সকলৰ অধিবক্তাই তেওঁলোকক জেৰা কৰাৰ পৰা বিৰত থাকে।