প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষক ড০ পৃথীন্দ্ৰ মুখাৰ্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে ড০ মুখার্জী এগৰাকী বহুমুখী ব্যক্তিত্বৰ অধিকাৰী আছিল যিয়ে বৈদ্ধিক জগতখনলৈ শক্তিশালী চিহ্ন এৰি গৈছে। শ্ৰী মোদীয়ে কয়, যে তেওঁৰ ৰচনা শৈলী আৰু কাৰ্যই ভৱিষ্যততো প্ৰশংসনীয় হৈ ৰ’ব।
Assamese | December 1, 2024 12:22 PM | PM Condolence
গৱেষক ড০ পৃথীন্দ্ৰ মুখাৰ্জীৰ মৃত্যুত প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ