প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভাৰ সদস্য কাচনভাই চোলাংকিৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্রধানমন্ত্রীয়ে কয়, যে প্রয়াত চোলাংকি তেওঁৰ সাধাৰণ জীৱন আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ প্ৰতি আগবঢ়োৱা কল্যাণমূলক সেৱাৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব। শ্ৰী মোদীযে মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমৱেদনা জ্ঞাপন কৰে।
Assamese | February 4, 2025 6:52 PM | PM Condolence
গুজৰাট বিধানসভাৰ সদস্য কাচনভাই চোলাংকিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্রকাশ