কাৰ্বি আংলং জিলাৰ বোকাজানত আজি উজনিমুৱা ইণ্টাৰছিটি ৰে’লত ১০০ ৰাউণ্ড পইণ্ট ২২ পিষ্টলৰ গুলিসহ আৰক্ষী এগৰাকী প্রাক্তন সেনা জোৱানক আটক কৰে। আটকাধীন প্রাক্তন সেনা জোৱানজন ডিমাপুৰৰ পৰা লিডুলৈ ৰে’লযোগে গৈ আছিল। ধৃত লোকজনৰ নাম নাওনি কন্যাক বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হৈছে।
Assamese | April 4, 2025 7:51 PM | Akashvani Guwahati | Akashvani News | Karbi Anglong
কাৰ্বি আংলঙৰ বোকাজানত উজনিমুৱা ইণ্টাৰছিটি ৰে’লত ১০০ ৰাউণ্ড পইণ্ট ২২ পিষ্টলৰ গুলিসহ আৰক্ষী এগৰাকী প্রাক্তন সেনা জোৱানক আটক