বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আতন বুঢ়াগোহাঁই মৈদামৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিৰ অধীনত টাই- আহোম উন্নয়নৰ পৰিষদৰ ৪৫ লাখ টকাৰে মৈদামথলীৰ চৌপাশে পকীবেৰ নিৰ্মাণ কৰাৰ লগতে এই মৈদামৰ উন্নয়ন সাধন কৰা হ’ব বুলি শ্ৰীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। তেওঁ লগতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ৰাজমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা বুঢ়াগোহাঁইৰ স্মৃতি সোঁৱৰণ কৰে।
Assamese | January 5, 2025 7:22 PM | Pabitra magharita
আতন বুঢ়াগোহাঁই মৈদামৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন আঁচনিৰ আধাৰশিলা স্থাপন