আজাৰা তালুকৰ প্ৰাক্তন সম্পাদক, আজাৰা উন্নয়নৰ মঞ্চৰ প্ৰতিষ্ঠাপক, সম্পাদক প্রশান্ত মহন্তৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬১ বছৰ। সৰবৰহী ব্যক্তি মহন্তৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
Assamese | June 10, 2026 12:49 PM | Akashvani Guwahati | Akashvani News
আজাৰা তালুকৰ প্ৰাক্তন সম্পাদক, আজাৰা উন্নয়নৰ মঞ্চৰ প্ৰতিষ্ঠাপক, সম্পাদক প্রশান্ত মহন্তৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু