আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিতৰত সম্পূর্ণ আবেদন পত্র The Head of Office, Akashvani, Guwahati, Guwahati – 781003 লৈ পঠাব লাগিব। প্রার্থীয়ে নিজ হাতেও আবেদন পত্র জমা দিব পাৰে।
Assamese | December 24, 2024 1:40 PM | AIR GUWAHATI | Akashvani News
আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ বাবে আবেদন কৰক