অহা ২৯ ডিচেম্বৰত হ’বলগীয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক টে’ট পৰীক্ষাৰ কেইদিনমান পূৰ্বে যোৱা ৪ ডিচেম্বৰত অসম চৰকাৰৰ শিক্ষা বিভাগে এই পৰীক্ষাৰ পাঠ্যক্ৰম সলনি কৰা সন্দৰ্ভত আজি শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্তই শিক্ষা বিভাগৰ এই সিদ্ধান্তই বহু শিক্ষিত যুৱক-যুৱতীৰ ক্ষতি সাধন কৰিব বুলি অভিযোগ কৰি এই পৰিৱৰ্তিত পাঠ্যক্ৰম প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।
Assamese | December 10, 2024 7:22 PM | Akashvani
অহা ২৯ ডিচেম্বৰত হ’বলগীয়া টে’ট পৰীক্ষাৰ পূৰ্বে শিক্ষা বিভাগৰ পৰীক্ষাৰ পাঠ্যক্ৰম সলনিৰ সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ বিক্ষোভ