October 6, 2026 5:36 PM
8
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধার্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধার্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। ৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইপিনে, উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্রহণ অহা ৬ নৱেম্বৰলৈ স্থগিত ৰাখিছে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দর্শাই কয়, যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰ...