September 7, 2026 8:38 PM
1
কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানৰ নতুন দিল্লীত বৈঠক
কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে আজি ৰাজ্যসমূহৰ বৰ্ষিত অংশগ্ৰহণৰ জৰিয়তে কৃষি বিজ্ঞানকেন্দ্ৰসমূহৰ কাম কাজ অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কাৰ্যপন্থা পর্যালোচনা কৰিবলৈ আয়োজিত এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অহা বছৰ মাৰ্চৰ পূৰ্বে কৃষি বিজ্ঞান কেন্দ্রসমূহে অগ্ৰাধিকাৰ দিয়া আন্তঃগাথনিমূলক দিশসমূহ বিকশিত কৰি তোলাৰ কাৰ্যপন্থা আলোচনা কৰা হয়। বৈঠকত শ্রীচৌহানে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লক্ষ্যত উপনীত হবলৈ ৰাজ্যচৰকাৰসমূহৰ সক্রিয় অংশগ্ৰহণ তথা সঠিক সমর্থন লাভ কৰাৰ গুৰুত্বৰ ওপৰত আ...