September 23, 2026 7:35 PM
6
বি বৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্রতিযোগিতা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ উদ্বোধন
ৰাষ্ট্ৰজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে উচ্চ শিক্ষা বিভাগৰ উদ্যোগত বি বৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্রতিযোগিতাৰ আজি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। চাৰিটা পর্যায়ত অনুষ্ঠিত এই প্রতিযোগিতাৰ প্ৰথম পর্যায়ত আজি মহাবিদ্যালয়খনৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষার্থীসকলে অংশগ্রহণ কৰে। শিক্ষার্থীসকলৰ মাজত যুক্তিনিষ্ঠ চিন্তা, আত্মবিশ্বাস, বিষয়ভিত্তিক জ্ঞান আৰু বক্তব্য প্ৰদানৰ দক্ষতা বিকশিত কৰাৰ লগতে তেওঁলোকক সমসাময়িক বিষয়সমূহৰ প্ৰতি অধিক সচেতন কৰি তোলাৰ উদ্দশ্যে এই প্রতিযোগিতাৰ আয়োজ...