April 21, 2024 8:22 PM

views 57

পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙৰ সমালোচনা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক সমালোচনা কৰাৰ লগতে সমগ্ৰ ৰাজ্যখনতে অৰাজকতা বিৰাজ কৰিছে বুলি মত প্ৰকাশ কৰে। এন আৰ চি বিষয়ক লৈ মমতা বেনাৰ্জীয়ে মুৰ্ছিদাবাদৰ প্ৰব্ৰজিত শ্রমিকসকলক বিপথে পৰিচালিত কৰিছে বুলিও শ্রীসিঙে অভিযোগ তোলে। মুৰ্ছিদাবাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত জলংগীৰ নৰসিংহপুৰত আয়োজিত এখন জনসভাত ভাষণ প্ৰসংগত শ্রীসিঙে কয় যে, কেন্দ্রীয় চৰকাৰে পশ্চিমবংগৰ বাবে কেই...

April 19, 2024 8:50 PM

views 48

বিজেপি চৰকাৰ যোৱাটো দশকত দুৰ্নীতিমুক্ত হৈ ৰ’ল আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, বিজেপি চৰকাৰ যোৱাটো দশকত দুৰ্নীতিমুক্ত হৈ ৰ’ল আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আজি তেলেংগানাৰ ছিকন্দ্ৰৰাবাদত আজি এখন নির্বাচনী সভাত শ্রী সিঙে কংগ্ৰেছ ক্ষমতালৈ আহিলেই দুর্নীতিত লিপ্ত হয় বুলি দলটোক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল আওপুৰণি হৈ পৰিছে আৰু দেশৰ ৰাজনীতিত নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে। বিজেপিয়ে অকল ক্ষমতা লাভৰ বাবে নহয় বৰং ৰাষ্ট্ৰ গঠনৰ হকে ৰাজনীতি কৰে বুলিও নেতাগৰাকীয়ে দাবী কৰে। কংগ্ৰেছ ...

April 6, 2024 7:25 PM

views 70

দেশৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে নিৰাপদ : ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্রী

প্ৰতিৰক্ষা মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে দেশৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে নিৰাপদ বুলি দেশৱাসীক আশ্বাস দিছে। মধ্য প্ৰদেশৰ সিংৰোলিৰ এখন জনসভাত ভাষণ দি আজি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰৰ শাসন কালত দেশৰ প্ৰান্তে প্রান্তে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত হৈছিল। কিন্তু বিজেপিৰ শাসন কালত এনে ধৰণৰ ঘটনা বন্ধ হৈছে। বিৰোধী পক্ষক আক্ৰমণ কৰি শ্রীসিঙে কয় যে, কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলৰ নেতাসকলে জনসাধাৰণৰ মাজত ভয় আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰে। বিজেপিয়ে জাতি-ধৰ্ম-ভাষাৰ নামত...

April 3, 2024 8:49 PM

views 87

মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছেঃ ৰাজনাথ সিঙ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছে আৰু ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থা হিচাপে পৰিগণিত হবলৈ ওলাইছে। গাজিয়াবাদত আজি এখন নির্বাচনী সভাত ভাষণ দি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত ২০৪৭ চনলৈ বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিজেপি দেশক এই দিশত আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ বুলি তেও মন্তব্য কৰে। শ্রীসিঙে কয...

April 2, 2024 8:22 PM

views 61

সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়ঃ ৰাজনাথ সিঙ

♦ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়। তেওঁ কয় যে, দেশৰ সেনা বাহিনী সীমান্তত দৃঢ়তাৰে থিয় দি আছে। তেওঁ লগতে শান্তিপূর্ণ সমাধানৰ বাবে অব্যাহত থকা আলোচনা অব্যাহত থাকিব বুলি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ সেনা কমাণ্ডাৰসকলে সন্মিলনত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। পশ্চিম সীমান্তত সেনা আৰু সুৰক্ষা বাহিনীৰ প্ৰয়াসৰ শলাগ লৈ শ্ৰীসিঙে সীমান্তৰ সুৰক্ষা, সন্ত্ৰাসবাদ বিৰো...

April 1, 2024 8:16 PM

views 66

দেশৰ প্ৰতিৰক্ষা ৰপ্তানীয়ে ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, প্ৰথমবাৰৰ বাবে দেশৰ প্ৰতিৰক্ষা ৰপ্তানীয়ে ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীসিঙে কয় যে, যোৱাটো বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি খণ্ডত বৃদ্ধিৰ হাৰ আছিল ৩২ শতাংশৰো অধিক আছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানিক আগুৱাই নিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও শ্রীসিঙে উল্লেখ কৰে। তেওঁ লগতে কয় যে, দেশৰ ব্যক্তিগত খণ্ড আৰু প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অন্তৰ্গত প্ৰতিৰক্ষা উদ্যোগসমূহে যো...