April 2, 2025 5:56 PM

views 59

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা-সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয়, যে চৰকাৰে ৱাক্‌ফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্ম নিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখনৰ জৰিয়তে মছজিদৰ পৰিচালনা কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ বিধেয়ক অনুসৰি ৱাক্‌ফ পৰিষদৰ বিভি...

February 26, 2025 9:01 PM

views 77

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ে পূৰ্বতে নোহোৱা ধৰণে সৱল কৰি তুলিছে বুলি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সকলো বৃত্তিতে হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰিছে বুলি দাবী কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীৰিজিজুৱে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ে পূৰ্বতে নোহোৱা ধৰণে সৱল কৰি তুলিছে। তেওঁ লগতে জলপানী, সুযোগ আৰু স্বচ্ছতা বৃদ্ধি পাইছে বুলিও কয...

December 14, 2024 2:56 PM

views 62

প্রধানমন্ত্ৰী মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছেঃ ৰিজিজু

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। লোকসভাত চলি থকা সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা বিষয়ক দুদিনীয়া আলোচনাত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। কালিৰে পৰা অনুষ্ঠিত এই আলোচনাত ভাগ লৈ মন্ত্ৰী ৰিজিজুৱে সংবিধান প্রণেতা ড০ ভীমৰাও আম্বেদকাৰৰ অৱদানৰ কথা সোঁৱৰে। তেওঁ কয় যে স্বাধীনতাৰ পাছত দেশত সকলোৱে সমান অধিকাৰ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল দেশত কোনোধৰণৰ বৈষম্যৰ বলি...

December 11, 2024 2:03 PM

views 63

ধনখড়ে সদায় ভাৰতীয় সংবিধানৰ প্ৰমূল্য আৰু আদৰ্শৰাজি অক্ষুণ্ণ ৰাখি আহিছে আৰু তেওঁৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিতঃ ৰিজিজু

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে আৰু লোকসভাৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পর্কে সদনত আলোচনা হ'ব লাগে বুলি দাবী জনায়। তেও...

December 3, 2024 4:47 PM

views 68

দেশ সুচাৰূপে চলি থাকিবলৈ হ’লে সংসদৰ কামকাজ ফলদায়ক হ’ব লাগিব: ৰিজিজু

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে দেশ সুচাৰূপে চলি থাকিবলৈ হ'লে সংসদৰ কামকাজ ফলদায়ক হ'ব লাগিব। সংসদত বিৰোধী দলসমূহৰ সাংসদসকলে সৃষ্টি কৰি অহা পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, যদিহে এইদৰে সংসদৰ কামকাজ বাধাগ্ৰস্ত হৈ থাকে, তেন্তে ইয়াৰ ফল সমগ্ৰ দেশৰ লগতে বিৰোধী সাংসদসকলে ভুগিব লাগিব। তেওঁ কয়, যে বহুতো বিৰোধী সাংসদে সদনৰ কামকাজ বাধাগ্ৰস্ত কৰি দেশ আৰু বিৰোধীৰ কোনো লাভ নহয় বুলি অনুভৱ কৰিছে। আজিৰে পৰা সদনৰ কামকাজ ভালদৰে চলিব বুলি তেওঁ আনন্দ প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী ...

October 7, 2024 11:16 AM

views 62

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে: কিৰেণ ৰিজিজু

■ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰৰ কিছু সংখ্যক ঘটনাৰ বাহিৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বৰ্তমান শান্তি বিৰাজ কৰিছে। কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে, দলটোৱে অঞ্চলটোৰ বিকাশৰ বাবে কোনো ধৰণৰ গঠনমূলক কাম কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ১০ হাজাৰতকৈ অধিক উগ্রপন্থীয়ে অস্ত্রসহ আত্মসমৰ্...

October 4, 2024 7:54 PM

views 49

মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকৰ অধিকাৰ সুৰক্ষা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : কিৰেণ ৰিজিজু

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কয় যে, চৰকাৰ মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকসকলৰ অধিকাৰ সুৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সংসদৰ সমাগত শীতকালীন অধিবেশনত যুটীয়া সংসদীয় সমিতিৰ সকলো পৰামৰ্শ বিবেচনাৰ জৰিয়তে ৱাফ সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি তেওঁ সদৰি কৰে । নাগপুৰত এখন সংবাদমেলত তেওঁ এইকথা প্ৰকাশ কৰে। এই আইনৰ অন্তৰালৰ উদ্দেশ্য বাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মুষ্টিমেয় সংখ্যক মুছলমান লোকে ৱাল্ফৰ সম্পদসমূহ অধিকাৰ কৰি ৰাখিছে। ইয়াৰ ফলত সম্প্রদায়টোৰ অন্যান্য প্রান...

September 28, 2024 6:23 PM

views 70

কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ অংশগ্ৰহণ

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্ৰী ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জাপানৰ সৈতে আন্তঃসম্পৰ্ক ত্বৰান্বিত কৰিবলৈ সমৰ্থ হৈছে। এই আন্তঃসম্পর্কত শিক্ষা এটা মূল চালিকা শক্তি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষা, বাণিজ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত এই মিত্ৰতাই সৰ্বসাধাৰণৰ জীৱনো স্পৰ্শ কৰা বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলে দুয়...

September 25, 2024 8:09 PM

views 53

বাক্য সংশোধনী বিধেয়কখনৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিক প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে বাক্য সংশোধনী বিধেয়কখন চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ আসন্ন শীতকালীন অধিবেশনৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সমিতিখনে বিধেয়কখনৰ সন্দৰ্ভত এতিয়ালৈকে এক কোটিৰো অধিক দিহা পৰামৰ্শ লাভ কৰা বুলিও প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে লাভ কৰা সাফল্য সম্পৰ্কে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে, বিধেয়কখন সন্দৰ...

September 1, 2024 1:40 PM

views 60

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ প্রতিনিধি দলৰ সাক্ষাৎ

মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ এটা প্রতিনিধি দলে কালি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক সাক্ষাৎ কৰে আৰু ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ ৰ অধীনৰ প্ৰস্তাৱসমূহৰ প্ৰতি সমর্থন আগবঢ়ায়। সাক্ষাৎকালত সৰ্বভাৰতীয় চুফি চজ্জাদানচিন পৰিষদৰ অধ্যক্ষ তথা আজমেৰ দৰগাহৰ আধ্যাত্মিক মুৰববী উত্তৰাধিকাৰী ছৈয়দ নছিৰুদ্দিন ছিষ্টি নেতৃত্বাধীন প্রতিনিধি দলটোৱে মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। ৱাক্‌ফ সংশোধনী বিধেয়কৰ প্ৰস্তাৱসমূহ চালি জাৰি চোৱাৰ বাবে...