September 11, 2025 8:39 PM

views 42

ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ পর্যালোচনা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে দুয়োবিধ ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৱলীৰ বুজ লয়। এই পর্যালোচনা বৈঠকতে মন্ত্রী নাড্ডাই সংশ্লিষ্ট ৰাজ্য চৰকাৰ, স্থানীয় সংস্থাসমূহক জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগ দুবিধৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে আহ্বান জনায়। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ কেতবোৰ পৰামৰ্শৱলী আগবঢ়াই, সমাগত দিনবোৰত ডেংগু আৰু মেলেৰিয়া পৰিস্থিতিৰ নিৰীক্ষণৰ লগতে ইয়...

August 7, 2025 9:19 PM

views 57

জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ

এন ডি এ-য়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত এখন সংবাদ মেলযোগে এই বিষয়ে প্ৰকাশ কৰি কয়, যে সংসদীয় চৌহদত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠকত আজি সর্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হব। এই পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট ধাৰ্য কৰা হৈছে। ...

July 7, 2025 8:24 PM

views 56

দেশে সকলো নাগৰিকৰ বাবে সুলভ আৰু সম পৰ্যায়ৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰাত সফল হৈছে বুলি জে পি নাড্ডাৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কৈছে যে দেশে বর্তমান সকলো নাগৰিকৰ বাবে সুলভ আৰু সম পৰ্যায়ৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰাৰ উদ্দেশ্যৰ লক্ষ্য প্রাপ্তিৰ দিশে সুন্দৰভাৱে আগবাঢ়িবলৈ সক্ষম হৈছে। মন্ত্ৰীজনে কয়, যে এক লাখ ৭৭ হাজাৰ আয়ুষ্মান আৰোগ্য মন্দিৰে স্বাস্থ্য বিভাগৰ সুবিধাসমূহ ভাৰতবৰ্ষৰ নাগৰিকসকললৈ আগবঢ়াই আনিছে তথা ই-সঞ্জীৱনী আৰু টেলি মানসৰ দৰে এপসমূহৰ জৰিয়তে বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা পৰামৰ্শ ৰাইজৰ কাষ চপাই আনিছে। এখন দৈনিক বাতৰি কাকতৰ এটা লেখাৰ জৰিয়তে শ্ৰীনাড্ডাই লগতে মিছন ইন্দ্ৰধনুষ...

May 13, 2025 12:37 PM

views 78

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰশংসা জগত প্রকাশ নাড্ডাৰ

কেন্দ্রীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা জগত প্রকাশ নাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰশংসা কৰে। তেওঁ কয়, যে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰধানমন্ত্ৰীৰ ভাষণত প্ৰতিফলিত হৈছে। সামাজিক মাধ্যমৰ এটা পষ্টত বিজেপি নেতাগৰাকীয়ে কয়, যে অপাৰেচন সিন্দূৰৰ অধীনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক সকীয়নি দিয়াৰ লগতে ভাৰতীয় সেনাৰ বীৰত্বৰ কথা দোহাৰিছে। তেওঁ কয়, যে প্রধানমন্ত্রীয়ে এই কথা উল্লেখ কৰিছে যদিহে পাকিস্তানৰ সৈতে ক...

May 5, 2025 1:02 PM

views 63

এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাঅ’ ল’ৰেংকোক জগত প্রকাশ নাড্ডাৰ সাক্ষাৎ

ন' বিজেপি অর্থাৎ বিজেপিক জানক কাৰ্যসূচীৰ অংশ হিচাপে কালি নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাঅ' ল'ৰেংকোক সাক্ষাৎ কৰে। বৈঠকত শ্রীনাড্ডাই আফ্রিকীয় সংঘৰ অধ্যক্ষ পদ গ্রহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ল'ৰেংকোক অভিনন্দন জনায়। তেওঁ বিজেপিৰ সাংগঠনিক পৰিকাঠামো আৰু চলি থকা কাম-কাজসমূহৰ বিষয়েও অৱগত কৰাৰ লগতে বিভিন্ন সম্প্রদায়ৰ মাজত দলৰ সৰ্বাংগীন প্ৰসাৰৰ বিষয়তো আলোকপাত কৰে। তেওঁ লগতে, পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বিজেপি আৰু পপুলাৰ মুভমেণ্ট ...

March 4, 2025 6:17 PM

views 54

জে পি নাড্ডাৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ষ্টিয়েৰিং গোটৰ নৱমখন বৈঠক

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ষ্টিয়েৰিং গোটৰ নৱমখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত স্বাস্থ্যক্ষেত্ৰৰ উন্নত সা- সুবিধা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লক্ষ্য প্ৰাপ্তিৰ বাবে নীতি পৰিকাঠামো, কাৰ্যকৰী কৌশল আৰু বিত্তিয় নীতি নিয়ম সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অনুপ্রিয়া পেটেল আৰু নীতি আয়োগৰ উপ-অধ্যক্ষ সুমন কে ব...

February 28, 2025 12:56 PM

views 48

দুদিনীয়া ভ্রমণসূচীৰে জে পি নাড্ডা কালি ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে কালি ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীয়ে আজি পুৰীত আয়োজিত ভাৰতৰ জনস্বাস্থ্য সেৱা ব্যৱস্থাত উদ্ভাৱণ আৰু ভাল তথা অনুকৰণীয় অভ্যাস বিষয়ক নৱম ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে ষোড়শ উমৈহতীয়া পুণৰীক্ষণ অভিযানৰ প্ৰতিবেদনো মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে এই সন্মিলনৰ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, স্বাস্থ্যমন্ত্রী ড° মুকেশ মহালিং আৰু বিভিন্ন ৰাজ্যৰ স্বাস্থ্য সচিবসকলে সন্মিলনৰ উদ্ব...

February 24, 2025 12:10 PM

views 49

মালদ্বীৰ স্বাস্থ্যমন্ত্রী আব্দুল্লা নাজিম ইব্রাহিম সাক্ষাৎ জে.পি. নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগত প্রকাশ নাড্ডাই কালি নতুন দিল্লীত মালদ্বীৰ স্বাস্থ্যমন্ত্রী আব্দুল্লা নাজিম ইব্রাহিম সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীনাড্ডাই কয়, যে বৈঠকত দুয়োপক্ষই স্বাস্থ্যখণ্ডৰ বিশেষকৈ ডিজিটেল স্বাস্থ্য, ঔষধ, মানসিক স্বাস্থ্য আৰু স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীসকলৰ সামৰ্থ বিকাশ আৰু প্ৰশিক্ষণ আদিৰ বিষয়ে আলোচনা কৰে ।

January 15, 2025 8:30 PM

views 55

দেশক দুৰ্বল কৰিবলৈ কাম কৰি থকা শক্তিসমূহক কংগ্ৰেছ দলে সদায় সহায় কৰি আহিছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ অভিযোগ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্রকাশ নাড্ডাই দেশক দুৰ্বল কৰিবলৈ কাম কৰি থকা শক্তিসমূহক কংগ্ৰেছ দলে সদায় সহায় কৰি আহিছে বুলি অভিযোগ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অনা অভিযোগসমূহৰ উত্তৰত শ্ৰীনাড্ডাই কয়, যে কংগ্ৰেছ নেতাজনে বিজেপি, আৰ এছ এছ আৰু সমগ্ৰ দেশখনৰ বিৰুদ্ধে এক প্ৰকাৰে যুদ্ধত লিপ্ত হৈছে। কংগ্ৰেছ দলৰ ক্ষমতাৰ লোভে দেশৰ একতাৰ প্ৰতি ভাবুকি আনিছে আৰু জনসাধাৰণৰ বিশ্বাসত আঘাত হানিছে বুলিও শ্রীনাড্ডাই অভিযোগ কৰে। তেওঁ লগতে কয়, যে দেশখনৰ নাগৰিকসকল জ্ঞানী আৰু তেওঁলোকে আগতে কৰি অহাৰ দৰেই...

December 20, 2024 8:21 PM

views 42

সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে : মন্ত্ৰী জে পি নাড্ডা

২০২৪ খাৰিফ বৰ্ষ আৰু চলিত ৰবি বৰ্ষত সাৰ বিভাগে সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত ৰসায়ন আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে অনলাইন ৱেব আধাৰিত সংহত সাৰ নিৰীক্ষণ প্ৰণালীৰ জৰিয়তে সমগ্ৰ দেশত ৰেহাই মূল্যত যোগান ধৰা গুৰুত্বপূৰ্ণ সাৰৰ সৰবৰাহ নিৰীক্ষণ কৰি থকা হৈছে। তেওঁ আৰু কয়, যে ৰাজ্যসমূহৰ কৃষি বিষয়াসকলৰ সৈতে কৃষি আৰু কৃষক কল্যাণ বিভাগ আৰু সাৰ বিভাগে নিয়মিতভাৱে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ আছে। বিগত পাঁচ বছৰত কোনো ...