August 6, 2026 11:38 AM
25
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ যোৱা অঞ্চলৰ ৩৩ খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ যোৱা অঞ্চলৰ ৩৩ খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্র সিঙে মন্তব্য কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা তথ্য ভাণ্ডাৰৰ জৰিয়তে ছিন্থেটিক এপাৰেচাৰ ৰাডাৰ আৰু আলোকীয় উপগ্রহ তথ্য ব্যৱহাৰ কৰি এই মানচিত্ৰ আৰু সামগ্ৰীসমূহ যোগান ধৰা হৈছে। ছিন্থেটিক এপাৰেচাৰ ৰাডাৰৰ তথ্যত সকলো বতৰ আৰু সকলো সময়ৰ প্ৰতিচ্ছবি আৰু আলোকীয় ...