November 3, 2024 11:25 AM

views 59

ইছৰোৰ আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোয়ে আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ কৰিছে। অদূৰ ভৱিষ্যতে ভাৰতে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনাৰ বাবে ইছৰোৰ এই পদক্ষেপে বিশেষ তাৎপর্য বহন কৰিছে। এনালগ মহাকাশ অভিযান হৈছে মহাকাশৰ পৰিৱেশৰ সৈতে ভৌতিক সাদৃশ্য থকা কোনো এটা স্থানত চলোৱা ক্ষেত্ৰ পৰীক্ষা। লাডাখৰ ভৌগোলিক বৈশিষ্ট্য, শুকান আৰু ঠাণ্ডা জলবায়ু, বন্যার্ত ভূমি, উচ্চতাত অৱস্থিত ভূখণ্ড আদিৰ মংগল গ্ৰহ আৰু চন্দ্ৰৰ ভূ-প্ৰকৃতিৰ সৈতে ওতঃপ্রোত মিল থকা বুলি ধাৰণা ক...

August 16, 2024 8:48 PM

views 42

শ্ৰীহৰিকটাৰ পৰা ইছৰ’ৰ EOS-08  নামৰ কৃত্রিম উপগ্রহ সফলতাৰে মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোই আজি পুৱা ৯ বাজি ১৭ মিনিটত শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ক্ষুদ্র কৃত্রিম উপগ্রহ উৎক্ষেপন যান SSLVৰ জৰিয়তে EOS-08  নামৰ এটা পৃথিৱী নিৰীক্ষণকাৰী কৃত্রিম উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰে। কৃত্ৰিম উপগ্ৰহটোৰ উৎক্ষেপনৰ লগে লগে SSLV উৎক্ষেপন যানৰ উন্নয়নৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হয়। PSLV উৎক্ষেপন যানৰ তুলনাত ১০ মিটাৰ সৰু SSLV ৰকেট পৃথিৱীৰ নিম্ন কক্ষপথত ক্ষুদ্ৰ আৰু কম ওজনৰ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। SSLV উৎক্ষেপন যানে কম খৰচত কেইবাটাও উপগ্রহ ...

May 12, 2024 11:29 AM

views 77

তামিলনাডুত ইছৰোৰ তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO-ই Additive Manufacturing প্রযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে। তামিলনাডুৰ মহেন্দ্রগিৰত থকা ISRO-ব Propulsion Complex অর্থাৎ প্রণোদন চৌহদত শুকুৰবাৰে এই পৰীক্ষা সম্পন্ন কৰা হয়৷ নতুনকৈ বিকশাই তোলা এই PS4 ইঞ্জিনত যন্ত্ৰাংশৰ সংখ্যা ১৪ৰ পৰা ১ লৈ হ্ৰাস পাইছে। ইয়াৰ ফলত প্ৰতিটো ইঞ্জিনৰ বাবদ ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী ৰাহি হ'ব। ইঞ্জিনটোত ব্যৱহৃত ধাতুৰ পৰিমাণ পূৰ্বৰ ৫৫৬ কিলোগ্ৰামৰ পৰা ১৩.৭ কিলোগ্ৰামলৈ হ্ৰাস পাব আৰু মুঠ ...