July 28, 2026 11:48 AM

views 29

সুগন্ধি পখিলা কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন

আজি যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন। কেইবাখনো কবিতাপুথিৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ দুখন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। ১৯৯২ চনত সাহিত্য একাডেমী বটাৰে সন্মানিত কবি হীৰেন ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শইচৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্য গ্রন্থ। ২০০০ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচার্য এগৰাকী প্রখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে। ১৯৭২ চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱা...

July 4, 2026 7:10 PM

views 16

যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন কৰিছে

যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীয়ে শ্রদ্ধা নিবেদন কৰিছে। কেইবাখনো কবিতাপুথিৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰা কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শ‍ইচৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্য গ্রন্থ। ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি গৰাকীয়ে ২০০০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পূণ্য তিথি উপলক্ষে সুগন্ধি পখিলাৰ কবি, শব্দৰ খনিকৰ হীৰেন ভট্টাচাৰ্যক শ্ৰদ্ধাৰে সুঁৱৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বা...

July 4, 2026 12:06 PM

views 25

যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱসত মুখ্যমন্ত্রী, শিক্ষামন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

 আজি যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস। কেইবাখনো কবিতাপুথিৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ দুখন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেন ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শইচৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্য গ্রন্থ। ২০০০ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে। ১৯৭২ চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰক...

July 28, 2025 9:25 PM

views 46

সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন

দেশ বুলিলে আদেশ নালাগে বুলি কোৱা, প্ৰতিটো কাম প্ৰতিটো চিন্তাৰে স্বদেশৰ শ‍ইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচা, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন। মৃত্যুৰ মাজতো শৈল্পিক ৰূপৰ সন্ধান কৰা কবিগৰাকীৰ কবিতাত সাৱলীল ৰূপত মূৰ্ত হৈছিল শাশ্বত প্ৰেম, বিপ্লৱ, বঞ্চিতজনৰ হাহাকাৰ, আবেগ, প্ৰকৃতি আৰু জীৱনৰ অপাৰ ৰহস্যময়তা। অসমীয়া ভাষাত ১৩ খন কাব্যগ্ৰন্থ আৰু বঙালী ভাষাত দুখনকৈ কাব্যপুথি অনুদিত হোৱা কবিগৰাকীৰ ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। প্ৰেম আৰু ৰ'দালিৰ কবি বুলিও পৰিচিত কবিগৰাকীৰ কব...

July 28, 2025 11:20 AM

views 232

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন। ১৯৩২ চনত যোৰহাটত জন্মগ্ৰহণ কৰা কবিগৰাকীৰ পিতৃ আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা ভট্টাচার্য। বহু মননশীল কবিতাৰে অসমীয়া কাব্যজগত চহকী কৰাৰ লগতে কাব্যপ্ৰেমীসকলক মুগ্ধ কৰি ৰখা হীৰেন ভট্টাচাৰ্য প্ৰথম পুথিখন ১৯৫৭ চনত প্ৰকাশ পায়। মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰ'দ, তোমাৰ গান, সুগন্ধি পখিলা, ভালপোৱাৰ বোকামাটি আদি তেওঁৰ কেইখনমান কাব্যগ্রন্থ। বিষ্ণুৰাভা বঁটা, ছোভিয়েট দেশ নেহেৰু বঁটা, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা সাহি...

July 4, 2025 6:37 PM

views 76

সুগন্ধী পখিলাৰ কবিক শ্ৰদ্ধাৰে সোঁৱৰণ ৰাজ্যবাসীৰ

সুগন্ধী পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱসত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। প্ৰেম আৰু ৰ'দালিৰ কবি হিচাপেও পৰিচিত হীৰুদাৰ সৰল প্ৰকাশেৰে তুলি ধৰা কাব্য সম্ভাৰে দেশপ্রেম, সমাজ সচেতনতা আৰু মানৱতাৰ বিচিত্র অনুভবেৰে সকলোকে মন্ত্রমুগ্ধ কৰি আহিছে। অসমীয়া সাহিত্য জগতৰ উজ্বল নক্ষত্ৰ হীৰুদাৰ ১৩ খন কবিতা পুথি অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ লগতে দুখন বঙালী ভাষালৈ অনূদীত কৰা হৈছে। ১৯৯২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰা হীৰুদাৰ প্ৰথম কবিতা পুথিৰ সংকলন আছিল মোৰ দেশ মোৰ প্ৰেমৰ কবিতা। সুগন্ধি পখিলা, ...