September 11, 2026 6:48 PM
12
১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ বিজেপিৰ সেৱা সংকল্প অভিযান
বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই বর্ধিত কার্যনির্বাহক সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদী উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমতো অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান- জনসেৱাই নাৰায়ণ সেৱা শী...