April 23, 2025 7:14 PM

views 51

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছেঃ গৃহমন্ত্ৰী

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মুৰ বেইচ্‌ণ বনাঞ্চলত আজি সুৰক্ষা পৰিস্থিতিৰ বুজ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে অঞ্চলটোত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গক এইবুলি আশ্বাস দিয়ে যে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদীসকলক কোনো কাৰণতে ৰেহাই দিয়া ন'হব। ভাৰতে সন্ত্ৰাসবাদীৰ ওচৰত শিৰনত নকৰে বুলি তেওঁ উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই কাপুৰুষাল...

April 17, 2025 7:45 PM

views 53

নক্সালবাদক দেশৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা হ’ব : গৃহমন্ত্রী

২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদক দেশৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা হ'ব আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী-চি আৰ পি এফৰ জোৱানসকলে সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। চি আৰ পি এফৰ ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মধ্য প্ৰদেশৰ নীমুচত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। কোৱা বেটেলিয়নৰ সৈনিকে দেশক নক্সালমুক্ত কৰাৰ দিশত অভূতপূৰ্ব কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে জোৱানসকলৰ অদম্য সাহসৰ বলতে ...

April 13, 2025 8:08 PM

views 44

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্রশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্রশংসা কৰে। ভূপালত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমবায় সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰাম্য উন্নয়ন, কৃষি আৰু পশুপালনক একত্ৰিত কৰাত চৰকাৰে কেনে ভূমিকা গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো আলোকপাত কৰে। সমবায় নীতিসমূহ মানসম্পন্ন কৰি তোলাৰ লগতে অন্যান্য ৰাজ্যত আদর্শ উপনিয়ম সৃষ্টি কৰাত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা...

April 7, 2025 7:58 PM

views 52

দেশৰ সীমান্ত সমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা বৈদ্যুতিন নিৰীক্ষণ ব্যৱস্থা মোতায়েন কৰিছে বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশৰ সীমান্ত সমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা বৈদ্যুতিন নিৰীক্ষণ ব্যৱস্থা মোতায়েন কৰিছে। জম্মু আৰু কাশ্মীৰলৈ অনুপ্ৰৱেশৰ বাবে সন্ত্রাসবাদীয়ে আন্তৰাষ্ট্ৰীয় সীমান্তত স্থাপন কৰা সুৰঙ্গসমূহ বিচাৰি উলিয়াই সেইসমূহ ধ্বংস কৰিবলৈ সেই নিৰীক্ষণ ব্যৱস্থাত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ সহায় লোৱা হব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তিনিদিনীয়া ভ্রমণসূচীৰে জম্মু-কাশ্মীৰলৈ যোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কথোৱা জিলাৰ ভাৰত - পাকিস্তান সীমান্তৰ ...

April 6, 2025 8:48 PM

views 58

নাথ সম্প্রদায়ে সনাতন ধর্ম শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ কোটপুতলী-বেহৰৰ জিলাৰ পাওতাত এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ বাবড়িৰ তপোস্থলীৰ যোগী বাব বালনাথে আয়োজন কৰা ১০৮ বছৰীয়া কুণ্ডিয়া ৰুদ্ৰ মহা মৃত্যুঞ্জয় মহাযজ্ঞত অংশগ্ৰহণ কৰে। শ্ৰীশ্বাহে সনাতন ধর্ম সন্মিলনত অংশগ্ৰহণ কৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ কয়, যে বাবা বালনাথে জনসাধাৰণৰ কল্যাণ, পশু-পক্ষীৰ সেৱা, পৰিৱেশ ৰক্ষা আৰু সামাজিক সম্প্ৰীতিৰ বাবে কাম কৰিছিল আৰু তেওঁৰ অনুগামীসকলে এই কাৰ্য্যক আগুৱাই নিছে। শ্রীশ্বাহে কয়, যে নাথ সম্প্রদায়...

April 5, 2025 9:06 PM

views 51

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ’বঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব বুলি পুনৰ ঘোষণা কৰিছে। আজি ছত্তীশগড়ৰ দন্তেৱাড়াত অনুষ্ঠিত বস্তাৰ পাণ্ডুম উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মাওবাদীসকলক অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। গৃহ মন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ আদিবাসী লোকসকলৰ শিল্প আৰু কাৰু শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে বস্তাৰ পাণ্ডুমক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে, অহা বছৰৰ পৰা ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ...

April 5, 2025 11:36 AM

views 41

বাস্তৰ পাণ্ডুম মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল’ব গৃহমন্ত্রী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি চত্তিশগড়ৰ বাস্তৰ খণ্ডৰ দান্তেৱাৰা জিলাত বাস্তৰ পাণ্ডুম মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল'ব। গৃহমন্ত্ৰীগৰাকী কালি দুদিনীয়া চত্তিশগড় ভ্রমণসূচীৰে ৰায়পুৰত উপস্থিত হয়। শ্রীশ্বাহে আজি ৰায়পুৰত নক্সালবিৰোধী অভিযান সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগতে দান্তেৱাৰাৰ মা দান্তেশ্বৰী মন্দিৰ দৰ্শন কৰিব।

April 4, 2025 5:06 PM

views 36

সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ইয়াৰ জৰিয়তে অন্যায় আৰু দুৰ্নীতিৰ এছোৱা দীঘলীয়া সময়ৰ অৱসান ঘটাই ন্যায় আৰু সমতাৰ যুগৰ আৰম্ভণি হ’ল। এই ব্যৱস্থাই দেশৰ মুছলমান সম্প্ৰদায়ৰ দৰিদ্ৰ লোকসকলৰ লগতে মহিলা আৰু শিশুসকলক নিশ্চিতভাৱে উপকৃত কৰিব বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে এতিয়াৰে পৰা ৱক্‌ফ বোর্ড আৰু ৱফৰ সম্পত্তিসমূহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু দায়বদ্ধতাৰ ব্য...

March 30, 2025 9:27 PM

views 35

এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত গৃহমন্ত্ৰী অমিত শ্বাহৰ

● জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত কৰিছে। বিহাৰৰ গোপালগঞ্জত এখন জনসভাত ভাষণ দি শ্ৰী শ্বাহে এই কথা প্রকাশ কৰে। গৃহমন্ত্ৰীগৰাকী বিহাৰ ভ্ৰমণৰ অন্তিম খেপত আজি পাৰ্টনাত এন ডি এৰ পাঁচোটা দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। গোপালগঞ্জত এখন জনসভাক সম্বোধন কৰাৰ পাছত শ্ৰী শ্বাহে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ চৰকাৰী বাসগৃহত এই নেতাসকলৰ সৈতে মিলিত হৈ বিহাৰ বিধানসভা নির্বাচন সম্পর্কীয় বিভিন্ন বিষয়ৰ লগতে নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য ...

March 14, 2025 10:49 AM

views 73

আজি ৩দিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। আজি নিশাটো দেৰগাঁৱত কটোৱাৰ পাছত কাইলৈ পুৱাৰ ভাগত তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ১৬৭ কোটি ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে ৪২৫ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত...