অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ ১১ বজাত কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে।পৰীক্ষাৰ্থী তথা ইচ্ছুক ব্যক্তিয়ে ফলাফলসমূহ পি ডি এফ আকাৰত চাব পাৰিব। পৰীক্ষাৰ্থীসকলে পৰিষদৰ ৱেবছাইট sebaonline.orgত ফলাফল লাভ কৰাৰ লগতে মার্কশিট ডাউনল’ড কৰিব পাৰিব।
Assamese | June 16, 2025 1:50 PM
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা