ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণীৰ সঞ্চালকপ্রধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় তথ্য সেৱাৰ ১৯৯১ বেটছৰ বিষয়া শ্রীমতী চক্ৰৱৰ্তী প্ৰেছ ইনফৰমেশ্বন ব্যুৰ’ আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’কে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন সংস্থাত কাম কৰাৰ অভিজ্ঞতা আছে।
Assamese | May 16, 2024 8:41 PM | Maushumi Chakravarty assumed the charge as Director General of Akashvani
আকাশবাণীৰ সঞ্চালকপ্রধান হিচাপে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীৰ কাৰ্যভাৰ গ্ৰহণ