সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত তথা সংস্কৃত ভাৰতী দৰঙৰ সহযোগত মঙলদৈৰ সনাতন ধর্মসভা প্ৰাংগণত আজি ‘প্ৰজ্ঞাৰ অন্বেষণ’ শীৰ্ষক অসমভিত্তিক কুইজ প্রতিযোগিতা আৰু গ্রন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত গৌতম শৰ্মাই সংকলন কৰা কুইজৰ পৃথিৱীত এভুমুকি শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰা, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | June 8, 2024 8:50 PM | mangaldai quize
মঙলদৈৰ সনাতন ধর্মসভা প্ৰাংগণত ‘প্ৰজ্ঞাৰ অন্বেষণ’ শীৰ্ষক অসমভিত্তিক কুইজ প্রতিযোগিতা