কেন্দ্রীয় মন্ত্রী ডাঃ জিতেন্দ্র সিঙে চতুর্থ পৰ্যায়ৰ বিশেষ স্বচ্ছতা অভিযানৰ অগ্ৰগতিৰ নিৰীক্ষণৰ বাবে আজি এটা অনলাইন প‘ৰ্টেল মুকলি কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কার্যালয়সমূহত স্বচ্ছতা সুনিশ্চিত কৰাৰ বাবে এই বিশেষ অভিযান হাতত লোৱা হৈছে। চৰকাৰে স্বচ্ছতাৰ বাবে প্ৰতিবছৰে দুই অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বিশেষ অভিযান ৰূপায়ণৰ সিদ্ধান্ত লৈছে। এই নতুন অভিযানৰ পূৰ্বে ১৬ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ এটা অভিযানৰ প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ কৰা হ‘ব।
Assamese | September 13, 2024 12:24 PM | Jitrendra singh
বিশেষ স্বচ্ছতা অভিযানৰ অগ্ৰগতিৰ নিৰীক্ষণৰ বাবে অনলাইন প’ৰ্টেল মুকলি