August 27, 2025 8:53 PM

views 27

বায়’ ই থ্রি নীতিয়ে জৈৱ-প্ৰযুক্তিবিদ্যাক বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছে বুলি জিতেন্দ্র সিঙৰ প্ৰকাশ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্রী জিতেন্দ্র সিঙে আজি কয়, যে জৈৱ-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বৰ্তমানৰ ভাৰতৰ প্ৰাৰম্ভিক বিনিয়োগ আৰু নিত্য নতুন উদ্ভাৱনসমূহে আন দেশসমূহৰ সৈতে ভাৰতৰ প্ৰতিযোগিতা বৃদ্ধি কৰিব আৰু ভৱিষ্যতে এইসমূহৰ পৰা ভাৰতে লাভ কৰিবলগীয়া লভ্যাংশৰ পৰিমাণ বৃদ্ধি পাব। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সংবাদমেলত ড° সিঙে কয়, যে বৰ্তমানৰ চৰকাৰখনৰ বায়' ই থ্রি নীতিয়ে এটা সময়ত প্ৰায় এলাগী হৈ পৰি ৰোৱা জৈৱ-প্ৰযুক্তিবিদ্যাক বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছে। তেওঁ লগতে উল্...

July 4, 2025 8:10 PM

views 23

সামৰিক বাহিনী আৰু অসামৰিক সেৱা বিভাগৰ বিষয়াসকলৰ সৈতে ড° জিতেন্দ্ৰ সিঙৰ কথা-বতৰা

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কৈছে যে একোটা বিভাগৰ অন্তৰ্গত গোটসমূহে যদিহে পৃথকে পৃথকে কাম কৰে তেন্তে বৰ্তমানৰ গতিশীল চৰকাৰখনৰ শাসন ব্যৱস্থাত ই হেঙাৰস্বৰূপ হৈ পৰে। নতুন দিল্লীত আজি সামৰিক বাহিনী আৰু অসামৰিক সেৱা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা কথা-বতৰাত তেওঁ অপাৰেচন সিন্দুৰ অভিযানৰ বিষয়ে উল্লেখ কৰি কয়, যে এই অভিযানে দেশৰ সামৰিক প্ৰযুক্তিবিদ্যাৰ বিকাশৰ দ্বাৰা সামৰিক বাহিনী আৰু অসামৰিক ব্যৱস্থাপনাক একত্রিত কৰাত উল্লেখযোগ্য অৰিহনা যোগাইছে। এইসমূহে কৰ্মচাৰী...

April 10, 2025 8:01 PM

views 24

গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত এটা অনুষ্ঠান জীতেন্দ্ৰ সিঙৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৰ্মচাৰী, পেন্সন আৰু ৰাজহুৱা অভিযোগ দপ্তৰৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত অৱসৰ পূৰ্বৰ পৰামৰ্শ কৰ্মশালা আৰু ভাৰতীয় ষ্টেট বেংকৰ নৱম বেংকাৰ সজাগতা অনুষ্ঠান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেন্সন প্ৰক্ৰিয়া সহজ কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয়, যে অৱসৰপ্ৰাপ্ত লোকসকলৰ প্ৰতিভাক চিনাক্ত কৰি যথোপোযুক্তভাৱে কামত নিয়োজিত কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত...

March 21, 2025 8:38 PM

views 31

দেশত প্ৰায় ১০ হাজাৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপৰ প্রায় ১৬৫ বিলিয়ন ডলাৰৰ জৈৱ অৰ্থব্যৱস্থালৈ বৰঙণি – ড° জিতেন্দ্ৰ সিঙ

 দেশত প্ৰায় ১০ হাজাৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপে প্রায় ১৬৫ বিলিয়ন ডলাৰৰ জৈৱ অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়াইছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে আজি এই কথা প্রকাশ কৰে। এয়োদশ জৈৱ প্ৰযুক্তি ঔদ্যোগিক গৱেষণা সহায়ক পৰিষদ, বি আই আৰ এ চিৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ড° সিঙে কয় যে ভাৰতে বর্তমান মহাকাশ আৰু জৈৱপ্ৰযুক্তি ক্ষেত্ৰত উল্লেখনীয় সফলতা লাভ কৰা বাবে বিশ্বত স্বীকৃতি লাভ কৰিছে। মন্ত্ৰী ড° সিঙে ভাৰত জৈৱ অৰ্থনীতিৰ প্ৰতিবেদন ২০২৫ আৰু জৈৱ প্ৰযুক্তি ষ্টার্টআপৰ ক্ষেত্ৰত গোল...

February 19, 2025 8:26 PM

views 41

ভাৰত সম্প্ৰতি আনৰ অনুসৰণকাৰী হোৱাৰ পৰিৱৰ্তে বিভিন্ন খণ্ডত নেতৃত্ব প্রদানকাৰী দেশৰূপে পৰিগণিত হৈছে বুলি ড° জীতেন্দ্ৰ সিঙৰ মন্তব্য

ভাৰত সম্প্ৰতি আনৰ অনুসৰণকাৰী হোৱাৰ পৰিৱৰ্তে বিভিন্ন খণ্ডত নেতৃত্ব প্রদানকাৰী দেশৰূপে পৰিগণিত হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। এটা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন বিভাগত উদ্ভাৱনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অগ্রণী ভূমিকা আৰু নেতৃত্বত জৰিয়তে দেশে বিশ্বত এখন উচ্চ আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। ড° সিঙে ভাৰতীয় মহাকাশ খণ্ডত সম্প্ৰতি অভূতপূর্ব ৰূপান্তৰ সাধন হৈছে বুলি আঙুলিয়াই দিয়ে। তেওঁ লগতে কয়, যে মহাকাশত ডকিং পৰীক্ষা সফলতাৰে সম্পন্ন হোৱা কাৰ্যই ভাৰতৰ প্ৰযুক্...

February 14, 2025 12:07 PM

views 32

ড° জিতেন্দ্র সিঙৰ অধ্যক্ষতাত নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন

কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্র সিঙৰ অধ্যক্ষতাত কালি নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন কৰা হয়। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ পেঞ্চনাৰসকলৰ সৈতে মত বিনিময় কৰে আৰু ঠাইতে তেওঁলোকৰ পেঞ্চন সম্পৰ্কীয় অভিযোগসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। শ্রীসিঙে পেঞ্চনাৰসকলৰ অভিযোগসমূহ সমাধান নিশ্চিত কৰি তেওঁলোকৰ জীৱন ধাৰণ সূচল কৰি তোলাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে।

December 23, 2024 12:24 PM

views 36

নতুন দিল্লীত আজি সু- শাসনৰ পদ্ধতি সম্পৰ্কীয় ৰাষ্ট্রীয় কর্মশালা উদ্বোধন ডাঃ জীতেন্দ্র সিঙৰ

কৰ্মচাৰী, জন অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্য মন্ত্রী ডাঃ জীতেন্দ্র সিঙে আজি নতুন দিল্লীত সু- শাসনৰ পদ্ধতি সম্পৰ্কীয় ৰাষ্ট্রীয় কর্মশালা উদ্বোধন কৰিব। আটাইবোৰ মন্ত্ৰ্যালয় আৰু বিভাগৰ বিষয়ববীয়াসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব। ডঃ সিঙে লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে তত্বাৱধান কৰা স্বচ্ছতা অভিযানৰ চতুৰ্থ পৰ্যায়ৰ উত্তম পদ্ধতিসমূহৰ বিষয়ে প্ৰদৰ্শনী উদ্বোধন কৰিব। ২০২১ পৰা ২০২৪ চনলৈ প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগে আয়োজন কৰা এয়া হৈছে চতুৰ্থখন ৰাষ্ট্ৰীয় কৰ্মশালা। প্ৰতিবছৰে ১৯ৰ পৰা ২৫ ডিচেম...

September 13, 2024 12:24 PM

views 59

বিশেষ স্বচ্ছতা অভিযানৰ অগ্ৰগতিৰ নিৰীক্ষণৰ বাবে অনলাইন প’ৰ্টেল মুকলি

কেন্দ্রীয় মন্ত্রী ডাঃ জিতেন্দ্র সিঙে চতুর্থ পৰ্যায়ৰ বিশেষ স্বচ্ছতা অভিযানৰ অগ্ৰগতিৰ নিৰীক্ষণৰ বাবে আজি এটা অনলাইন প'ৰ্টেল মুকলি কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কার্যালয়সমূহত স্বচ্ছতা সুনিশ্চিত কৰাৰ বাবে এই বিশেষ অভিযান হাতত লোৱা হৈছে। চৰকাৰে স্বচ্ছতাৰ বাবে প্ৰতিবছৰে দুই অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বিশেষ অভিযান ৰূপায়ণৰ সিদ্ধান্ত লৈছে। এই নতুন অভিযানৰ পূৰ্বে ১৬ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ এটা অভিযানৰ প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ কৰা হ'ব।

September 12, 2024 8:12 PM

views 33

ভাৰতে জৈৱ-প্ৰযুক্তি ভিত্তিক জৈৱ বিপ্লৱৰ বাবে ৰোমাঞ্চকৰ সময়ৰ সূচনা কৰিছে বুলি ডº জীতেন্দ্ৰ সিঙৰ মন্ত্যব

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰাজ্য মন্ত্ৰী ডº জীতেন্দ্ৰ সিঙে আজি কৈছে যে ভাৰতে জৈৱ-প্ৰযুক্তি ভিত্তিক জৈৱ বিপ্লৱৰ বাবে ৰোমাঞ্চকৰ সময়ৰ সূচনা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি গোলকীয় জৈৱ ভাৰত ২০২৪ত ভাষণ দি শ্রী সিঙে কয় যে, এসময়ত পশ্চিমীয়া বিশ্ব তথ্য-প্রযুক্তি বিপ্লৱে জৈৱ বিপ্লৱে সেই একেই প্রভাব পেলাব পাৰে। গোলকীয় ভাৰত ২০২৪ৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় যে ই মন্ত্ৰ্যালয়, ৰাজ্য চৰকাৰ, ষ্টাৰ্ট আপ, গৱেষক, বিনিয়োগৰাকী, আন্তঃৰাষ্ট্ৰীয় সংস্থা নীতি নিৰ্ধাৰক আৰু উদ্যোগৰ নেতা আদিৰ বাবে ব্যৱসায়িক নেটৱৰ্ক...