উত্তৰ প্ৰদেশ

October 6, 2024 8:32 PM

views 81

প্রয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ দ্বাৰা উন্মোচন

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি প্রয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন কৰে। এই প্রতীকে ধৰ্মীয় আৰু অৰ্থনৈতিক সমৃদ্ধিৰ লগতে সাগৰ মন্থনত উৎপত্তি হোৱা পৱিত্ৰ অমৃত কলহক চিহ্নিত কৰিছে। এই প্রতীকটোত সনাতন সভ্যতাৰ প্ৰকৃতি আৰু মানৱতাৰ সংগমক প্ৰতিনিধিত্ব কৰা এটা মন্দিৰ, ঈশ্বৰৰ ...

September 22, 2024 6:45 PM

views 65

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰ দেহাত জিলাৰ ৰাণিয়া উদ্যোগিক এলেকাৰ এটা ফেক্টৰিত কালি সংঘটিত অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা মতে, বৈদ্যুতিন তাঁৰত শ্বৰ্ট ছাৰ্কিটৰ ফলতেই এই দুর্ঘটনা সংঘটিত হয়। আনহাতে, জুই লগাৰ ফলত এটা গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি পৰিস...

September 15, 2024 6:29 PM

views 78

উত্তৰ প্ৰদেশৰ মীৰাটত ভৱন খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১০ লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ মীৰাটত এটা তিনিমহলীয়া ভৱন খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ লৈ বৃদ্ধি পাইছে। কালি সন্ধিয়া মীৰাটত জাকিয়া কলনিত এই ঘটনা সংঘটিত হৈছিল। আজি পুৱা উদ্ধাৰ অভিযানৰ সামৰণি পৰে আৰু ভৱনটোৰ ধ্বংসস্তুপ পৰিস্কাৰ কৰা হয়। ইপিনে, ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা ৫ জন লোকক স্থানান্তৰিত কৰা হয়।...

September 8, 2024 7:46 PM

views 69

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অট্টালিকা খহি পৰা ঘটনাত নিহতৰ সংখ্যা ৮ লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অট্টালিকা খহি পৰা ঘটনাত নিহত লোকৰ সংখ্যা ৮ লৈ বৃদ্ধি পাইছে। এই ঘটনাত অন্য ২৮ জন লোক আহত হৈছে আৰু আহতসকলক ভিন ভিন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কালি প্ৰাৰম্ভিক অৱস্থাত ৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু নিশাৰ ভাগলৈ উদ্ধাৰ অভিযানৰ সময়ত ধ্বংসস্তুপৰ মাজৰ পৰা আৰু ৩ টা মৃতদেহ উদ্ধাৰ ...

August 18, 2024 8:18 PM

views 93

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাত সংঘটিত দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু, ৩৭ গৰাকী লোক আহত

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাৰ ছালেমপুৰ আৰক্ষী চকীৰ সমীপত হোৱা এটা দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭ গৰাকী লোক আহত হয়। আহত সকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰা হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৪ গৰাকী মিৰাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন...

August 4, 2024 6:04 PM

views 73

উত্তৰ প্ৰদেশৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত

উত্তৰ প্ৰদেশৰ এটোৱা জিলাৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত হোৱা পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ৩৫ জন গুৰুতৰভাৱে আহত হয়। এটোৱা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে আকাশবাণীক জনোৱা মতে, ৰাইবেৰেলীৰ পৰা দিল্লী অভিমুখী নাগালেণ্ডৰ নম্বৰপ্লেট থকা ডাবল ডেকাৰ বাছখন যোৱা নিশা এক্সপ্ৰেছৱেটোৰ ১২৯ নম্বৰ চেনেলৰ...

May 12, 2024 8:38 PM

views 102

লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া চতুর্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহা...

May 12, 2024 8:30 PM

views 118

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে মির্জাপুৰৰপৰা ৰমেশ বিন্দক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। ইয়াৰ পূৰ্বে দলটোৱে মির্জাপুৰ আসনখনৰ বাবে ৰাজেন্দ্ৰ বিন্দক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল যদিও, ভাদহিৰ বিজেপিৰ ...

May 12, 2024 6:54 PM

views 75

পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰাৰ দাবী বিজেপি নেতা অমিত শ্বাহৰ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপি নেতা অমিত শ্বাহে উত্তৰ প্ৰদেশৰ কৌশ্বাম্বিৰ পৰা বিজেপি প্রার্থী বিনোদ সুনকাৰৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীশ্বাহে পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰা হ'ব বুলি দাবী কৰে। উল্লেখযোগ্য যে কালি অসমৰ ম...

April 7, 2024 12:45 PM

views 104

উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুকেইখন ঠাইত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযান

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAয়ে কালি চি পি আই এমৰ ভাৰত বিৰোধী ষড়যন্ত্রমূলক গোচৰ সংক্ৰান্তত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুকেইখন ঠাইত অভিযান চলায়। NIAৰ দলে উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে ৰুজু কৰা গোচৰৰ সংক্ৰান্তত উত্তৰপ্ৰদেশ বাল্লীয়া জিলাৰ ১১টা স্থানত আৰু বিহাৰৰ কাইমুৰ জিলাৰ এটা স্থানত এ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।