খেল

March 7, 2025 10:36 AM

views 28

ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্রীৰ পুনৰ আন্তৰ্জাতিক খেললৈ প্ৰত্যাৱৰ্তন

ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্রীয়ে পুনৰ আন্তৰ্জাতিক খেলত অংশ ল'ব। চলিত মার্চ মাহত মালদ্বীপ আৰু বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া ফিফা আন্তঃৰাষ্ট্ৰীয় উইণ্ডো খেলৰ জৰিয়তে খেলুৱৈগৰাকী উভতি আহিব বুলি সৰ্বভাৰতীয় ফুটবল সন্থাই ঘোষণা কৰিছে। ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে যোৱা বৰ্ষৰ জুন মাহত কুৱেটৰ ব...

March 6, 2025 8:39 PM

views 46

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত আজি ইউ পি ৱাৰিয়ৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত আজি ইউ পি ৱাৰিয়ৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হৈছে। উল্লেখযোগ্য যে মুম্বাই ইণ্ডিয়ানছ ৬ পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থান আছে আৰু ইউ পি ৱাৰিয়ৰ্ছ ৪ পইণ্টেৰে পঞ্চম স্থান আছে। অহা ১১ মাৰ্চত লীগ...

March 6, 2025 7:03 PM

views 60

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত হ’বলগীয়া ফাইনেলৰ বাবে দশৰ্কৰ অভূতপূৰ্ব উৎসাহ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইত...

March 6, 2025 11:59 AM

views 59

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেটৰ দেওবাৰে চূড়ান্ত খেল

● আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।প্রতিযোগিতাৰ লাহোৰৰ গাড্ডাফি স্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতি...

March 6, 2025 11:48 AM

views 40

২০ৰ পৰা ২৭ মাৰ্চলৈ খেলো ইণ্ডিয়া পেৰা গেমছ

■ চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ অহা ২০ৰ পৰা ২৭ মাৰ্চলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই কালি এই কথা সদৰি কৰি কয়, যে দ্বিতীয়বাৰলৈ হ'বলগীয়া এই প্রতিযোগিতাত কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলিটকে ধৰি এহেজাৰ ২৩০ গৰাকী পেৰা এথলিটে ছটা শি...

March 5, 2025 12:40 PM

views 57

কিদাম্বি শ্রীকান্তৰ ২০২৫ অৰলিন্স মাষ্টাৰ্ছ বেডমিণ্টনৰ মূল প্রতিযোগিতাত স্থান নিশ্চিত

ভাৰতৰ কিদাম্বি শ্রীকান্তে ফ্ৰান্সৰ অৰলিন্সত অনুষ্ঠিত ২০২৫ অৰলিন্স মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ যোগ্যতা নির্ণয়কাৰী নিজৰ দুয়োখন খেলতে জয়লাভ কৰি মূল প্রতিযোগিতাত স্থান নিশ্চিত কৰিছে। কালি খেলুৱৈগৰাকীয়ে বিশ্বৰ ৫২ নম্বৰ স্থানৰ মেড্‌জ ক্রিষ্ট’ফেৰ্ছেনক ২১–৮, ২১-১৪ আৰু বিশ্বৰ ৬৩ নম্বৰ বাছনিৰ আনৰ্ড ম...

March 5, 2025 12:18 PM

views 72

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত আজি নিউজিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত পাকিস্তানৰ লাহোৰত আজি হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে খেলোৱা হ'ব। আনহেত ডুবাইত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত কালি ভাৰতে ...

March 4, 2025 8:05 PM

views 56

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াৰ ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অস্ট্রেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভেন স্মিথে সৰ্...

March 4, 2025 11:01 AM

views 45

দিনৰ ২.৩০ বজাত আই চি চি চেম্পিয়নছৰ প্ৰথমখন ছেমিফাইনেল

● ডুবাইত আজি আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত আৰম্ভ হ'ব। গ্ৰুপ-এত থকা ভাৰতে ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত নিউজিলেণ্ডক ৪৪ ৰাণত পৰাস্ত কৰি আটাইকেইখন মেচত জয়লাভ কৰাৰ সুবাদত গ্ৰুপৰ শ...

March 3, 2025 11:54 AM

views 37

আই চি চি চেম্পিয়নছ ট্ৰফীত গ্রুপ-এত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৪৪ ৰাণত জয়লাভ

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীত জয়ৰ ধাৰা অব্যাহত ৰাখি ভাৰতে গ্রুপ-এত নিউজিলেণ্ডৰ বিৰুদ্ধে ৪৪ ৰাণত জয়লাভ কৰে। ভাৰতে প্ৰথমে বেটিং নিউজিলেণ্ডক জয়ৰ বাবে ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। নিউজিলেণ্ডে ৪৫ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ২০৫...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।