খেল

March 2, 2025 9:30 PM

views 33

শিৱসাগৰত ১৮ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ পঞ্চম সংখ্যক সদৌ অসম আন্তঃজিলা পাঞ্জা প্রতিযোগিতা

শিৱসাগৰত অহা ১৮ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ পঞ্চম সংখ্যক সদৌ অসম আন্তঃজিলা পাঞ্জা প্রতিযোগিতা অনুষ্ঠিত হ'ব। শিৱসাগৰত আজি অনুষ্ঠিত এখন সংবাদমেলত উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ কয়, যে শিৱসাগৰ জিলা পাঞ্জা সন্থাৰ উদ্যোগত আৰু সদৌ অসম পাঞ্জা ক্রীড়া সন্থাৰ সহযো...

March 2, 2025 9:27 PM

views 35

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল প্রতিযোগিতাৰ অন্তিম ৰাউণ্ডৰ খেল আজিৰ পৰা আৰম্ভ

গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত চলি থকা ৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল প্রতিযোগিতাৰ অন্তিম ৰাউণ্ডৰ খেল আজিৰ পৰা অনুষ্ঠিত হৈছে। জজ খেলপথাৰত অনুষ্ঠিত অন্তিম ৰাউণ্ডৰ প্ৰথমখন খেলত উত্তৰ-পূব ৰে'লৱে বাৰেকুৰি এফ চিৰ মুখামুখি হৈছে। খেলখনৰ পূৰ্বে অনুষ্ঠিত উদ্...

March 2, 2025 9:14 PM

views 30

ভাৰতীয় অলিম্পক সন্থাৰ সভাপতি এথলিট পি টি ঊষা ডিব্ৰুগড়ত উপস্থিত

ভাৰতীয় অলিম্পক সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্রখ্যাত এথলিট পি টি ঊষা আজি ডিব্ৰুগড়লৈ আহিছে। ডিব্ৰুগড় জিলা সন্থাৰ উদ্যোগত আউটড'ৰ ষ্টেডিয়ামত দৌৰবিদগৰাকীক আজি সম্বর্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ এথলীটগৰাকীক তেওঁৰ উপস্থ...

March 2, 2025 8:00 PM

views 37

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ নিউজিলেণ্ডক জয়ৰ বাবে ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আজি ডুবাইত অনুষ্ঠিত লীগৰ অন্তিমখন খেলত ভাৰতে জয়ৰ বাবে নিউজিলেণ্ডক ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪৯ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙ...

March 2, 2025 12:06 PM

views 62

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীৰ ডুবাই টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ যুকি ভান্ত্ৰি আৰু অষ্ট্ৰেলিয়াৰ এলেক্সি প’পিৰিনৰ যুটীটোৱে ডুবাই টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীটোৱে যোৱা নিশা ফাইনেলত ফিনলেণ্ডৰ হেৰি হেলিয়োভাৰা আৰু ব্ৰিটেইনৰ হেনৰি পেটেনৰ যুটীটোক ৩-৬, ৭-৬, ১০-৮ ছেটত পৰাস্ত কৰে। এয়া হৈছে মুকি ভান্ত্ৰিৰ এ টি পি ডাব...

March 2, 2025 12:01 PM

views 42

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব ভাৰত

ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে গ্ৰুপ এৰ পৰা ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ...

March 1, 2025 12:20 PM

views 39

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত ডেলহী কেপিটেলছৰ

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ডেলহী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ডেলহী কেপিটেলছে ১২৪ ৰানৰ বিজয় লক্ষ্যৰে খেলি হাতত ৯টা উইকেট আৰু ৩৩টা বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প...

February 28, 2025 1:02 PM

views 58

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত আজি আফগানিস্তান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

আফগানিস্তান আজি লাহৰোৰ গাড্ডাফি ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। ইপিনে, পাকিস্তান আৰু বাংলাদেশৰ মাজৰ কালিৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়।

February 27, 2025 8:27 PM

views 19

বৰষুণৰ বাবে আই চি চি চেম্পিয়নছ ট্ৰফীৰ পাকিস্তান আৰু বাংলাদেশৰ খেল পৰিত্যক্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ৰাৱালপিণ্ডি ক্রিকেট ষ্টেডিয়ামত আজি পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। সুদীর্ঘ ২৯ বছৰত প্ৰথমবাৰৰ বাবে আই চি চি টুর্ণামেণ্টৰ আয়োজন কৰা পাকিস্তানে এখনো খেলত জয় লাভ নকৰাকৈ এই প্ৰতিযোগিতাৰ পৰ...

February 26, 2025 8:59 PM

views 33

ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধনৰ বাবে চৰকাৰৰ ছজনীয়া কমিটি গঠন

চৰকাৰে ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধন কৰিবলৈ এখন ছজনীয়া কমিটি গঠন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ক্রীড়া বিভাগৰ যুটীয়া সচিব কুনালে এই কমিটিখনৰ নেতৃত্ব বহন কৰিব আৰু কমিটিখনে ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। পেৰিছ অলিম্পিক পা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।