ফ্রেন্স অপেন টেনিছত আজি ভাৰতৰ তাৰকা খেলুৱৈ ইউকি ভান্ত্ৰী আৰু আমেৰিকাৰ ৰবাৰ্ট গালোৱেৰ যুটীটো আমেৰিকান যুটী ইভান কিং আৰু খ্ৰীষ্টিয়ান হেৰিচনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইফালে পুৰুষৰ ছিংগলছত আজি যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোৰ্ছ আলকাৰাজে আমেৰিকাৰ বেন শ্বেলটনৰ বিৰুদ্ধে খেলিব। আজি হ’বলগীয়া মহিলাৰ আন এখন গুৰুত্বপূৰ্ণ খেলত পোলেণ্ডৰ ইগা চুয়াটেকে প্রাক্তন উইম্বলডন বিজয়ী কাজাখস্তানৰ এলিনা ৰিবাকিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | June 1, 2025 9:22 PM | French Open tennis
ফ্রেন্স অপেন টেনিছত ভাৰতৰ ইউকি ভান্ত্ৰী আৰু আমেৰিকাৰ ৰবাৰ্ট গালোৱেৰ যুটীটো আমেৰিকান যুটী ইভান কিং আৰু খ্ৰীষ্টিয়ান হেৰিচনৰ বিৰুদ্ধে অৱতীৰ্ণ