খেল

June 17, 2025 9:43 AM

views 16

টাজিকিস্তান আৰু কিৰ্গিস্তানৰ বিৰুদ্ধে প্ৰীতি খেলত ভাগ ল’বলগীয়া ভাৰতৰ ২৩ বছৰ অনূৰ্ধ্ব পুৰুষৰ ফুটবল দলৰ সদস্যৰ নাম ঘোষণা

ভাৰতৰ ২৩ বছৰ অনূৰ্ধ্ব পুৰুষৰ ফুটবল দলৰ মুখ্য প্রশিক্ষক নৌছাদ মুছাই টাজিকিস্তান আৰু কিৰ্গিস্তানৰ বিৰুদ্ধে প্ৰীতি খেলত ভাগ ল'বলগীয়া ২৩জনীয়া দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। ভাৰত কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত টাজিকিস্তানৰ ৰাজধানী ডুছানবেৰ সমীপৱৰ্তী হিছ'ৰৰ চেণ্ট্ৰেল ষ্টেডিয়ামত দেশখনৰ দলট...

June 17, 2025 9:41 AM

views 25

মহিলাৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ বাবে ভাৰতৰ ২৪জনীয়া দলৰ সদস্যৰ নাম ঘোষণা

২০২৬ চনত অষ্ট্ৰেলিয়াত হ'বলগীয়া মহিলাৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত ভাগ লোৱাৰ বাবে থাইলেণ্ডলৈ যাবলগীয়া ভাৰতৰ ২৪ জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ মুখ্য প্রশিক্ষক ক্ৰিছপিন চেত্ৰীয়ে সদস্যসকলৰ নাম প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰথমখন ...

June 17, 2025 9:39 AM

views 30

চেন্নাইত কাইলৈৰ পৰা মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতা

প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতা কাইলৈ তামিলনাডুৰ চেন্নাইত আৰম্ভ হ'ব। কাইলৈ পুৱা ৬ বজাত হিমাচল আৰু মহাৰাষ্ট্ৰৰ মাজত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে পুৱা চাৰে ৭ বজাত কৰ্ণাটক কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১০ দিনীয়া প্ৰতিযোগিতাখনৰ ফাইনেল খেল...

June 16, 2025 1:20 PM

views 27

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গার্ডেনত অনুষ্ঠিত ছুপাৰ ৱেলটাৰৱেইটত নিশান্ত দেৱৰ জয়লাভ

ভাৰতীয় খেলুৱৈ নিশান্ত দেৱে নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গার্ডেনত অনুষ্ঠিত ছুপাৰ ৱেলটাৰৱেইটত বিচাৰকৰ সৰ্বসন্মত সিদ্ধান্তৰ জৰিয়তে জোছু ছিলভাক ৬০-৫৪ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয়খন পেছাদাৰী যুঁজত জয়লাভ কৰে। শেহতীয়াকৈ পেছাদাৰী খেলত অংশগ্ৰহন কৰিবলৈ লোৱা ২৪ বছৰীয়া নিশান্ত দেৱে চলিত বৰ্ষৰ জানুৱাৰী মাহত এলট...

June 15, 2025 8:26 PM

views 62

৫৯ সংখ্যক এ টি পি এ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন খেলত নাগালেণ্ড পুলিচ দলৰ জয়লাভ

৫৯ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাৰ প্ৰথমখন খেলত আজি নাগালেণ্ড পুলিচ ফুটবল দলে জয়লাভ কৰিছে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত নাগালেণ্ড দলটোৱে যোৰহাট ভিক্টৰিয়াছ ক্লাৱক ৫-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

June 15, 2025 9:17 PM

views 18

ভাৰতৰ য়াজিক হিলঙৰ ছাউথ এচিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক অর্জন

ভাৰতৰ য়াজিক হিলঙে ভূটানৰ থিফুত অনুষ্ঠিত ছাউথ এচিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক অর্জন কৰিছে। য়াজিকে কালি ১৫৫ চেণ্টিমিটাৰ পর্যন্ত মহিলাৰ মোডেল ফিজিক শিতানত প্রথম স্থান দখল কৰে। অবস্থাচল প্রদেশৰ য়াজিক আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত সোণৰ পদক অৰ্জন কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী খেলুৱৈ। ছাউথ এচিয়ান...

June 14, 2025 8:40 PM

views 23

লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়া ৫ উইকেটত পৰাস্ত

দক্ষিণ আফ্রিকাই লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ২৭ বছৰত প্ৰথমটো আই চি চি খিতাপ অর্জন কৰিছে। আফ্ৰিকাই ২৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এইডেন মার্কৰামৰ দৰ্শনিয় শতক আৰু আঘাটৰ সমস্যাত জৰ্জৰিত অধিনায়ক টেম্বা বাভুমাৰ অৰ্ধ শতকৰ সহায়ত আজি খেলৰ চত...

June 14, 2025 9:24 AM

views 26

জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF বিশ্বকাপৰ মহিলাৰ শ্বুটিঙত ভাৰতৰ সুৰুচি সিঙৰ সোণৰ পদক

জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপৰ মহিলাৰ শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত ভাৰতৰ সুৰুচি সিঙে সোণৰ পদক লাভ কৰিছে। সুৰুচিয়ে ফ্ৰান্সৰ কেমিলি য়নজেয়েস্কিক মুঠ ২৪১ দশমিক ৯ পইণ্টত পৰাজিত কৰে। এয়া হৈছে আই এছ এছ এফ বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সুৰুচিৰ তৃতীয়বাৰৰ বাবে সোণৰ পদ...

June 13, 2025 12:14 PM

views 20

জাৰ্মানীৰ মিউনিখত চলি থকা ISSF-2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ চিফট কৌৰ শৰ্মাৰ ব্ৰঞ্জৰ পদক

জাৰ্মানীৰ মিউনিখত চলি থকা ISSF-2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ চিফট কৌৰ শৰ্মাই মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিছন শিতানত কালি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২৩ বছৰীয়া চিটে চূড়ান্ত খেলত ৪৫৩ দশমিক ১ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে । নৰৱেৰ জেনেট হেগ দুস্তেডে ৪৬৬ দশমিক ৯ পইণ্টেৰে সোণৰ আৰু ছুইজাৰলেণ্ডৰ এমিলি জেগিয়...

June 13, 2025 12:12 PM

views 35

নেডাৰলেণ্ডছত অনুষ্ঠিত FIH প্ৰ’ লীগ হকী প্রতিযোগিতাত আৰ্জেণ্টিনাৰ হাতত ভাৰত পৰাস্ত

FIH প্ৰ' লীগ হকী প্রতিযোগিতাত কালি সন্ধিয়া নেডাৰলেণ্ডছৰ এমটেলভীনত অনুষ্ঠিত এখন খেলত ভাৰত আৰ্জেণ্টিনাৰ হাতত ১-২ গ’লৰ ব্যৱধানত পৰাস্ত হয়। ভাৰতৰ যুগৰাজ সিঙে খেলৰ চতুৰ্থ মিনিটতে গ’ল দি দলৰ অগ্ৰগতি প্ৰদান কৰে যদিও কিছুসময়ৰ পাছত টমাছ ডমেনেই দিয়া গ’লেৰে আৰ্জেণ্টিনাই সমতা স্থাপন কৰে। প্ৰথমাৰ্থত দুয়োটা ...