June 11, 2024 11:23 AM
46
প’ৰ্টলেণ্ড ট্রেক ফেষ্টিভেল হাই পাৰফৰ্মেন্সৰ ৫ হাজাৰ মিটাৰ দৌৰত গুলবীৰ সিঙৰ ৰূপৰ পদক
ভাৰতৰ গুলবীৰ সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প'ৰ্টলেণ্ডত অনুষ্ঠিত প'ৰ্টলেণ্ড ট্রেক ফেষ্টিভেল হাই পাৰফৰ্মেন্স মিটাৰ পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছে। এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজেতা খেলুৱৈগৰাকীয়ে কালি পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰ সম্পূৰ্ণ কৰা দ্রুততম ভাৰতীয় খেলুৱৈৰ কৃতিত্ব অৰ্জন কৰে। খেলুৱৈগৰ...