খেল

July 14, 2024 1:34 PM

views 51

গুৱাহাটীত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্ৰথম দিনা কোৱালিফায়িং ৰাউণ্ডৰ খেল

অসম টেনিছ সন্থাৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্ৰথম দিনা কোৱালিফায়িং ৰাউণ্ডৰ খেল অনুষ্ঠিত হয়। ল'ৰা আৰু ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাখনত ছোৱালীৰ ১২ অনুৰ্ধৰ শাখাত কোৱালিফায়িং মেচ অনুষ্ঠিত হ'বলৈ বাকী আছে। কালি প্ৰথম দিনাৰ খ...

July 14, 2024 1:30 PM

views 58

হাৰাৰেত আজি ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু জিম্বাব'ৱেৰ মাজত পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেল আজি হাৰাৰে স্পর্টছ ক্লাৱত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে শৃংখলাত ৩-১ ফলাফলেৰে অগ্ৰগতি লাভ কৰিছে। ভাৰতে কালি একেখন ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন খেলত ঘৰুৱা দল জিম্...

July 14, 2024 1:26 PM

views 61

উইম্বলডন টেনিছ প্রতিযোগিতাত আজি পুৰুষৰ ছিংগলৰ ফাইনেল

সাতবাৰৰ চেম্পিয়ন ন'ভাক জকভিচ আজি উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোৰ্ছ অল্‌কাৰাষ্ট্ৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ'ব। ইপিনে, মিক্সড ডাবলছৰ ফাইনেলত আজি পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ ছুৱেই ছিহৰ যুটীটো মেক্সিকোৰ ছেণ্টিয়...

July 14, 2024 1:23 PM

views 54

অসম পেৰা অলিম্পিক সংস্থাৰ উদ্যোগত পেৰা এছিয়ান গেমছ আৰু  পেৰা অলিম্পিকৰ বাবে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ

অসম পেৰা অলিম্পিক সংস্থাই ২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত অসমৰ পেৰা ক্রীড়াবিদসকলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। এই অ...

July 14, 2024 12:35 PM

views 49

ভাৰতৰ বিশ্ব ক্রিকেট চেম্পিয়নশ্বিপ অব্ লিজেণ্ডছৰ খিতাপ দখল

ভাৰতে কালি পাকিস্তানক পৰাস্ত কৰি বিশ্ব ক্রিকেট চেম্পিয়নশ্বিপ অব্ লিজেণ্ডছৰ খিতাপ দখল কৰে । ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত অধিনায়ক যুৱৰাজ সিং নেতৃত্বাধীন ভাৰতীয় দলটো ৫টা উইকেট বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। অম্বাটি ৰাইডুৰ অৰ্ধ শতকে ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই নিয়া...

July 13, 2024 8:40 PM

views 50

২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰৰ পদক্ষেপ গ্ৰহণ

অসম পেৰা অলিম্পিক সংস্থাই ২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত অসমৰ পেৰা ক্রীড়াবিদসকলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্রদর্শন কৰিবলৈ সমৰ্থ হৈছে। এই অ...

July 13, 2024 7:10 PM

views 68

কাইলৈ নিশা ১২.৩০ বজাত স্পেইন-ইংলেণ্ডৰ মাজত ইউৰো কাপ ফুটবলৰ ফাইনেল খেল

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কাইলৈ নিশা চাৰে ১২ বজাত বাৰ্লিনত স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ ফাইনেল খেলিব। ছেমিফাইনেলত স্পেইনে ২-১ গ’লত ফ্ৰান্সক ...

July 13, 2024 7:09 PM

views 49

কোপা আমেৰিকা ফুটবলত কাইলৈ পুৱা ৫.৩০ বজাত আৰ্জেণ্টিনা-কলম্ৱিয়াৰ মাজত ফাইনেল খেল

মহাদেশীয় ফুটবল প্রতিযোগিতা কোপা আমেৰিকাত কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা চাৰে পাঁচ বজাত মিয়ামিত হ'বলগীয়া ফাইনেল খেলত আর্জেণ্টিনা, কলম্বিয়া বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেমিফাইনেলত কলম্বিয়াই উৰুগুৱেক আৰু আৰ্জেণ্টিনাই কানাডাক পৰাজিত কৰিছিল। আৰ্জেণ্টিনাই তৃতীয়বাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব। আনহাতে কলম্...

July 13, 2024 6:59 PM

views 58

উইম্বলডন টেনিছ প্ৰতিযোগিতাত কাইলৈ পুৰুষৰ ছিংগলছৰ ফাইনেলত ন’ভাক জক’ভিচ-কাৰ্লোছ অল্‌কাৰজ

উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত ৭বাৰৰ বিজয়ী ন’ভাক জক’ভিচে কাইলৈ যোৱাবাৰৰ বিজয়ী কাৰ্লোছ অল্‌কাৰজৰ বিৰুদ্ধে খেলিব। ছাৰ্বিয়াৰ জক'ভিচে ২৫সংখ্যক বাছনিৰ ইটালীৰ ল'ৰেঞ্জ মুছেট্টিক ছেমিফাইনেলত যোৱা নিশা ৬-৪, ৭-৬, ৬-৪ ছেটত পৰাজিত কৰে। আনহাতে স্পেইনৰ অলকাৰজে ৰাছিয়াৰ ডেনিল মেডভেদেভক ৬-৭, ...

July 13, 2024 1:38 PM

views 60

আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ভাৰতৰ সবিৰা হাৰিছৰ ব্ৰঞ্জৰ পদক

ভাৰতৰ সবিৰা হাৰিছে ইটালীৰ পোৰপেটোত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। সবিৰাই কালি ফাইনেলত ৪০টাৰ ভিতৰত ২৯টা লক্ষ্যত আঘাট হানে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।