ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কাইলৈ নিশা চাৰে ১২ বজাত বাৰ্লিনত স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ ফাইনেল খেলিব। ছেমিফাইনেলত স্পেইনে ২-১ গ’লত ফ্ৰান্সক আৰু একেই ব্যৱধানত ইংলেণ্ডে নেডাৰলেণ্ডছক পৰাজিত কৰিছিল।
Assamese | July 13, 2024 7:10 PM | Football Final match of Euro Cup to played between Spain & England
কাইলৈ নিশা ১২.৩০ বজাত স্পেইন-ইংলেণ্ডৰ মাজত ইউৰো কাপ ফুটবলৰ ফাইনেল খেল