আঞ্চলিক সংবাদ

November 17, 2025 6:08 PM

views 65

ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ’বঃ মুখ্যমন্ত্ৰী

ড° ভূপেন হাজৰিকাৰ বছৰযোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপতে ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তি সাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জন...

November 17, 2025 6:04 PM

views 81

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰ...

November 17, 2025 6:01 PM

views 87

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ ওপজা দিন উদযাপন কৰিবলৈ লৈছে। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রীয়ে ইতিপূর...

November 17, 2025 5:38 PM

views 109

কাইলৈ জুবিন গাৰ্গৰ ওপজা দিন

জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ৰাজ্যৰ ৫৩টা স্থানত ৰক...

November 17, 2025 5:36 PM

views 72

ৰাজ্যৰ ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ...

November 17, 2025 5:32 PM

views 109

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এটা নিৰ্দেশযোগে এইকথা প্ৰকাশ কৰিছে। অনলাইন আবেদনৰ বাবে আজিৰ পৰা অহা ২০ নৱেম্বৰলৈ নিৰ্দিষ্ট পোৰ্টেল মুকলি কৰি দিয়া হৈছে। শিক্ষাৰ্থীসকলে ২১ নৱেম্বৰ পৰ্যন্ত মাছুল আদায় দিব পাৰিব। প্ৰ...

November 17, 2025 5:30 PM

views 70

ডিব্ৰুগড়ত বিভিন্ন ৰোগত চিকিৎসাধীন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ

ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত আজি বিভিন্ন ৰোগত চিকিৎসাধীন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় সমষ্টিৰ মুঠ ২৯ গৰাকী ৰোগীক এই চেক প্ৰদান কৰা হয়। এই চেকৰ ধনে ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

November 17, 2025 1:19 PM

views 79

৯২ সংখ্যক ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত আজি স্থানীয় বন্ধৰ দিন ঘোষণা

নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত চলি থকা ৯২ সংখ্যক ৰাস মহোৎসৱ উপলক্ষে আজি জিলাখনত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এটা নির্দেশযোগে এই বন্ধ ঘোষণা কৰে। বন্ধৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো কার্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহ আদালতসমূহ বন্ধ থাকিব। অৱশ্যে জৰুৰী সেবাসমূহ চলি থাকি...

November 17, 2025 1:18 PM

views 39

৭৪ সংখ্যক কাৰ্বি আংলং দিৱস পালন

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আজি ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস পালন কৰা হৈছে। ডিফুৰ তাৰালাংছ'ত পুৱা পতাকা উত্তোলনেৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে এই কাৰ্যসূচী আৰম্ভ কৰে। দুপৰীয়া কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ'ৰ পৌৰোহিত্যত মুক...

November 17, 2025 1:17 PM

views 45

তিনিদিনীয়া ভ্রমণসূচীৰে আজি ডাঃ মোহন ভাগৱত অসমত উপস্থিত হ’ব

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰববী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ'ব। বিয়লি আৰ এছ এছৰ মুৰবৰীগৰাকীয়ে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদর্শনালয়ত উপস্থিত হ'ব। সংঘৰ শতবর্ষ পূর্ণ হোৱা উপলক্ষে ডাঃ ভাগবতে সাংগঠনিক বৈঠকত অংশগ্রহণ কৰাৰ লগতে কাইলৈ আৰু প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।