আঞ্চলিক সংবাদ

November 16, 2025 7:38 PM

views 55

ৰাজ্যৰ আৰক্ষী বিভাগত শীঘ্রেই ৪ হাজাৰ নতুন পদ মুকলি হ’ব: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰাজ্যৰ আৰক্ষী বিভাগত শীঘ্রেই ৪ হাজাৰ নতুন পদ মুকলি হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমৰ জৰিয়তে এইকথা সদৰি কৰিছে। ৰাজ্যখনৰ ২ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা লক্ষ্য এই পদক্ষেপে ত্বৰান্বিত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ কয় যে বিজেপ...

November 16, 2025 7:31 PM

views 36

ৰাজ্যিক কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা শূন্য ব্যয় বীমা আঁচনিৰ অধীনত ধনৰাশিৰ বিতৰণ ইতিমধ্যে আৰম্ভ হৈছে

ৰাজ্যিক কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা শূন্য ব্যয় বীমা আঁচনিৰ অধীনত ধনৰাশিৰ বিতৰণ ইতিমধ্যে আৰম্ভ হৈছে। এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে কৰ্মচাৰীসকলৰ মৰ্যাদা, নিৰাপত্তা তথা কল্যানৰ হকে চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালবৰ্গ...

November 16, 2025 7:17 PM

views 33

স্বাধীনতা সংগ্ৰামী কৰতাৰ সিং সাৰাভাৰ মৃত্যু বার্ষিকী উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্বাধীনতা সংগ্ৰামী কৰতাৰ সিং সাৰাভাৰ মৃত্যু বার্ষিকী উপলক্ষে আজি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয়, যে কৰতাৰ সিং সাৰাভাই ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু ঘডৰ পাৰ্টিৰ জৰিয়তে তেওঁ বহিঃৰাজ্যৰ ভাৰতীয়সকলক দেশৰ স্বাধীনতাৰ বাবে...

November 16, 2025 6:52 PM

views 38

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত সংঘটিত এটা অগ্নিকাণ্ডত দম্পতীৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত আজি দুপৰীয়া সংঘটিত এটা অগ্নিকাণ্ডত দম্পতীৰ মৃত্যু হয়। কন্যাৰ জন্মদিন উদযাপনৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হৈ দেৱ চৌধুৰী আৰু পম্পী কলিতাৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জনাইছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে আঠখনকৈ অগ্নি নির্বাপক বাহিনীৰ গাড়ীয়ে জুই নির্বাপন কৰে। ...

November 16, 2025 6:46 PM

views 61

বড়ো সাহিত্য সভাৰ ৭৪ সংখ্যক প্রতিষ্ঠা দিবস পালন

বড়ো সাহিত্য সভাৰ আজি ৭৪ সংখ্যক প্রতিষ্ঠা দিবস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমযো...

November 16, 2025 6:38 PM

views 51

সমগ্র দেশতে ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন

সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন কৰা হয়। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পর্কে সজাগ, সচেতন কৰাৰ বাবে এই দিবস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসি বিশ্বত সাংবাদিকতা-সংবাদ মাধ্যমৰ স্বাধীনতা আৰু...

November 16, 2025 12:14 PM

views 79

সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ মাদক দ্ৰব্যৰ আসক্তিৰ দৰে মাৰাত্মক হ’ব পাৰে: মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস

সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ মাদক দ্ৰব্যৰ আসক্তিৰ দৰে মাৰাত্মক হ’ব পাৰে। সামাজিক মাধ্যমৰ প্ৰতি অধিক আসক্তিৰ ফলত মানসিক অস্থিৰতাত ভোগাৰ সম্ভাৱনা থাকে। আকাশবাণী গুৱাহাটীৰ কালিৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে এইদৰে মন্তব্য কৰে। সাম্প্রতিক সময়ত ৰাজনীতিক, পৰীক্ষার্থী, অভিভ...

November 16, 2025 12:11 PM

views 120

জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে ১৮ নৱেম্বৰত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী

জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে অহা ১৮ নৱেম্বৰত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। এই উপলক্ষে ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রীয়ে কালি ফেচবুক লাইভযোগে প্রকাশ কৰে। তেওঁ কয় যে প্রিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমৰ চিনস্বৰূপে এই পদক্ষেপ গ্রহণ কৰা হ'ব। বিটিআৰ প্ৰশাসনে...

November 16, 2025 12:03 PM

views 71

বড়ো সাহিত্য সভাই ভিন ভিন ভাষাৰ সৈতে বড়ো ভাষাক সাঁকোৰ দৰে গাঁঠি লোৱাত অগ্রণী ভূমিকা গ্রহণ কৰিছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

বড়ো সাহিত্য সভাৰ আজি ৭৪ সংখ্যক প্রতিষ্ঠা দিবস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমযো...

November 16, 2025 11:59 AM

views 45

নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৪৫০০টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব

ৰাজ্যৰ শিক্ষা বিভাগে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৪৫০০টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই ক্ষেত্ৰত প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ইতিমধ্যে শিক্ষক পদৰ বাবে পূর্বে অনুষ্ঠিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ নথি পৰীক্ষণৰ কাম কাইলৈ আৰম্ভ কৰিব বুলি প্রকাশ কৰে। উল্লেখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।