ৰাজ্যিক কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা শূন্য ব্যয় বীমা আঁচনিৰ অধীনত ধনৰাশিৰ বিতৰণ ইতিমধ্যে আৰম্ভ হৈছে। এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে কৰ্মচাৰীসকলৰ মৰ্যাদা, নিৰাপত্তা তথা কল্যানৰ হকে চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ বাবে চৰকাৰৰ দায়বদ্ধতা সদায় অটুত থাকিব বুলিও তেওঁ প্রকাশ কৰে। তেওঁ কয় যে প্ৰতিগৰাকী কৰ্মচাৰীয়ে ৰাজ্যৰ প্ৰগতিত অৰিহণা যোগাইছে।
Assamese | November 16, 2025 7:31 PM | Assam CM speak on Employee Insurance Scheme
ৰাজ্যিক কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা শূন্য ব্যয় বীমা আঁচনিৰ অধীনত ধনৰাশিৰ বিতৰণ ইতিমধ্যে আৰম্ভ হৈছে