আঞ্চলিক সংবাদ

April 6, 2024 12:55 PM

views 49

লোকসভা নিৰ্বাচনৰ ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰিকাকতত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহত এমচিএমচিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ-পত্ৰ ল’ব লাগিব

ভাৰতীয় নির্বাচন আয়োগ লোকসভা নিৰ্বাচনৰ ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশত যথেষ্ট কঠোৰ হৈছে। এই দুয়োটা দিনতে প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ ল’ব লাগিব। ভাৰতৰ নিৰ্বাচন আয়োগৰ অধীনস্থ সচিব ৰাজ...

April 6, 2024 12:50 PM

views 57

লোকসভা নিৰ্বাচনৰ পাছতে একত্ৰিত হ’ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলঃ অখিল গগৈ

লোকসভা নিৰ্বাচনৰ পাছতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত একত্ৰীকৰণ হ'ব বুলি লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে এখন নির্বাচনী সভাত প্রকাশ কৰিছে। কালি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ এখন প্ৰচাৰ সভাত অংশ লৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই কথা প্ৰকাশ কৰে। ন...

April 6, 2024 12:48 PM

views 47

দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রত্যাহাৰৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ জাননী জাৰিত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰা সিদ্ধান্তক লৈ জাননী জাৰি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যৰ অন্যতম বৃহৎ জলাশয়টোৰ সুৰক্ষাক লৈ ন্যায়ালয়ত বিচাৰাধীন এটা গোচৰত দাখিল কৰা এখন হস্তক্ষেপমূলক আবেদনৰ শুনানিৰ পাছত মুখ্...

April 6, 2024 12:44 PM

views 70

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত সাল-সলনি

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল-সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্রশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীত বহুবিকল্প প্ৰ...

April 6, 2024 12:31 PM

views 44

গুৱাহাটীৰ চূণচালি ঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনিটি কিশোৰৰ সলিল সমাধি

ব্ৰহ্মপুত্ৰৰ চূণচালি ঘাটত গা ধুবলৈ গৈ কালি মহানগৰীৰ তিনিটিকৈ কিশোৰৰ সলিল সমাধি ঘটে। ৰাজ্যিক দূৰ্যোগ প্রশমন বাহিনীৰ জোৱানে উদ্ধাৰ অভিযান চলাই দেৱজিৎ ভূঞা আৰু কুকিল দাস নামৰ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় যদিও বাতৰি লিখাৰ পৰলৈ ৰাহুল দাস নামৰ কিশোৰ জনৰ মৃতদেহৰ সন্ধান উলিয়াব পৰা নাই। মৃত ৰা...

April 6, 2024 12:26 PM

views 70

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লোকনির্ণয়- ২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্র সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।

April 5, 2024 8:42 PM

views 95

মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকণিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত ৫০ কিলো...

April 5, 2024 8:11 PM

views 54

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ পৰ্যবেক্ষণ

♦ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ পৰ্যবেক্ষণ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ কেইবাটাও লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষক উপস্থিত হয়। কৰিমগঞ্জ সংসদীয় সমষ্টিৰ সাধাৰণ পৰ্যৱেক্ষক আদিত্য কুমাৰ আনন্দ, কৰিমগ...

April 5, 2024 8:05 PM

views 148

কৰিমগঞ্জত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ অধিসূচনা

কৰিমগঞ্জ জিলাত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা অধিসূচনা জাৰি কৰা হৈছে। নিৰ্বাচনৰ ভোটাৰসকল ১৪ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বেলট পেপাৰ কেন্দ্ৰৰ পৰা পোষ্টেল বেলট সং...

April 5, 2024 8:02 PM

views 47

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

♦গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ এল এছ জমী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।