আঞ্চলিক সংবাদ

April 8, 2024 12:09 PM

views 51

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া অব্যাহত

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া চলি আছে। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবেও ইতিমধ্যে পোষ্টেল বেলটৰ জৰিয়তে ভোট সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হ'বলগীয়া সমষ্টিসমূহত...

April 8, 2024 11:48 AM

views 49

অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ১০২ সেৱা আৰম্ভ কৰিব অসম আৰক্ষীয়ে

অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰেই ১০২ সেৱা আৰম্ভ কৰিব। ট’ল ফ্রি এই নম্বৰত ফোন কৰিলেই অসম আৰক্ষীৰ লোক ঘৰলৈ আহি অভিযোগৰ ভিত্তিত এজাহাৰ গ্ৰহণ কৰিব। দেৰগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সেৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তেওঁ ক...

April 8, 2024 11:40 AM

views 49

ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি, বিভিন্ন কৰ্মশালাৰ আয়োজন

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা ছাত্ৰ সন্থ...

April 8, 2024 11:23 AM

views 92

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ দেহাৱসান

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ কালি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰৰ আসন শুৱনি কৰাৰ লগতে ৰাজ্য চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ ...

April 7, 2024 8:59 PM

views 44

মণিপুৰত দুখন আসনৰ বাবে দুটা পৰ্যায়ত লোকসভা নির্বাচন

মণিপুৰত দুখন আসনৰ বাবে লোকসভা নির্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰে মণিপুৰ ইনাৰ সংসদীয় সমষ্টিৰ আসনৰ বাবে হ'বলগীয়া নিৰ্বাচন অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব। সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৯ লাখ ৭৯ হাজাৰ ৮৮৭ জন আৰু ইয়াৰে মহিলা ভোটদাতাৰ সংখ্যা ৫ লাখ ১৬ হাজাৰ ১৫০ গৰাকী । তিনিগৰাকী নিৰ্দলীয় প্রার্থীকে...

April 7, 2024 6:45 PM

views 48

বাক্সা, তামুলপুৰ আৰু  কামৰূপ নির্বাচনী জিলাত প্ৰশাসনৰ ভোটাৰ সজাগতা তথা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণ ভোটগ্রহণৰ প্ৰস্তুতি

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে ৰাজ্যজুৰি ভোটদাতাসকলৰ বাবে সজাগতা কাৰ্যসূচীৰ আয়োজনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ বিভিন্ন ঠাইত আজি নির্বাচনী সজাগতামূলক কেইবাখনো সভা অনুষ্ঠিত হয়। ইয়াৰে কেইখনমান সভাত সংগীত শিল্পী মণিষা হাজৰিকাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অ...

April 7, 2024 6:39 PM

views 57

অসমত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মন্ত্ৰী-বিধায়ককে ধৰি বিৰোধী ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ ৯ দিন থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যাপ্রসাদ তাছাৰ হৈ গোলঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। মুখ্যমন্ত...

April 7, 2024 1:32 PM

views 58

ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনসমূহৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ

বিভিন্ন জিলা প্রশাসনে ৰাজ্যখনত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনাৰ ৰোধ কৰিবলৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, ভোটাৰ সজাগতা কাৰ্যসূচী আদি চলি ...

April 7, 2024 1:27 PM

views 62

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ অভিযানত মহানগৰীত বুজন পৰিমাণৰ মেচিনত প্ৰস্তুত  গামোচা জব্দ

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে মহানগৰীৰ গণেশগুৰিত অভিযান চলাই কালি বুজন পৰিমাণৰ মেচিনত প্ৰস্তুত কৰা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে, অসমীয়া গামোচাই ভৌগোলিক মান্যতা লাভ কৰাৰ পাছত একাংশ অসাধু ব্যৱসায়ীয়ে ৰঙালী বিহুৰ সুযোগ লৈ যাতে মেচিনত নিৰ্মিত গামোচা বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে হস্ততা...

April 7, 2024 1:04 PM

views 50

গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত

গোৱালপাৰা জিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত হোৱাৰ লগতে ৭ গৰাকী আহত হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, দুধনৈ থানাৰ অন্তর্গত আমজোঙাৰ দীনদয়াল মহাবিদ্যালয়ৰ সমীপত বনভোজকাৰী দলৰ এখন বাহনে এখন সামগ্ৰী কঢ়িওৱা বাহনক খুন্দিওৱাৰ ফলত দলটোৰ দুজন লোক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।