আঞ্চলিক সংবাদ

June 1, 2024 6:16 PM

views 41

চলিত পর্যটন বৰ্ষৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পর্যটন বৰ্ষৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্রকাশ কৰা মতে, এই সন্দৰ্ভত আজি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্রবেশদ্বাৰ ৫ জুনত বন্ধ কৰা হ'ব বুলি জাননী দিয়া হৈছি...

June 1, 2024 3:00 PM

views 61

অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি

কাইলৈ হ’বলগীয়া অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি চলি আছে। এই দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকালৰ কাইলৈ অৰ্থাৎ‍ ২ জুনত অন্ত পৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচন যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল। কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ ...

June 1, 2024 2:13 PM

views 51

ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লগতে কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰত

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখাল আদিকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়,...

June 1, 2024 2:11 PM

views 44

বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

♦ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়া তথা অভিযন্তাক প্রয়োজনীয় নির্দেশনা প্রদানৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যে কয় যে, বৰাক উপত্যকাত হোৱা ...

June 1, 2024 2:06 PM

views 43

বৰাক উপত্যকাত সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে টি ডি চি আৰু ছেমিষ্টাৰৰ পৰীক্ষাসমূহ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে স্থগিত

বৰাক উপত্যকাৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু একাংশ মহাবিদ্যালয়ত বানপীড়িত সকলৰ বাবে সাহায্য শিবিৰ মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত আজি অনুষ্ঠিত হ'বলগীয়া টি ডি চি আৰু ছেমিষ্টাৰৰ পৰীক্ষাসমূহ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে স্থগিত ৰখা হৈছে। অৱশ্যে অহা ৬ জুনৰ পৰা হ'বলগী...

June 1, 2024 2:03 PM

views 37

গুৱাহাটীৰ ১০টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে আজি আৰু কাইলৈ খোৱাপানী যোগান বন্ধ থাকিব

গুৱাহাটীৰ ১০টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে আজি আৰু কাইলৈ খোৱাপানী যোগান বন্ধ থাকিব বুলি গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তি, বিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বি বৰুৱা ৰোড, কাছাৰী বস্তি আৰু ইছলামপুৰত খোৱা...

June 1, 2024 2:01 PM

views 41

যোৰহাটৰ কে বি ৰোডত কাইলৈৰ পৰা ৪ জুন পর্যন্ত পুৱা ৫ বজাৰ পৰা ৯ বজালৈ নগৰৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব

যোৰহাটৰ কে বি ৰোডত নির্মীয়মান ৰে’লৱে অভাৰব্ৰীজত কাম চলাৰ বাবে কাইলৈৰ পৰা ৪ জুন পর্যন্ত পুৱা ৫ বজাৰ পৰা ৯ বজালৈ যোৰহাট নগৰৰ উপকণ্ঠৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাট বৈদ্যুতিক উপসংমণ্ডলে জনোৱা অনুসৰি যোৰহাট ৩, ৭ নং আৰু বৰভেটা ফিডাৰৰ অন্তৰ্গত ছেউনী গাঁও, ড...

June 1, 2024 1:57 PM

views 39

৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ ৫০ খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগ্রহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰপেটা লোকসভা সমষ্টিৰ অধীনৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ ভোটগণনাৰ বা...

June 1, 2024 1:49 PM

views 56

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মঙলবাৰে ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে...

June 1, 2024 1:36 PM

views 35

উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আজিৰ পৰা পুনৰ দর্পন পোৰ্টেল মুকলি

উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰ পৰা পুনৰ দর্পন পোৰ্টেল মুকলি কৰিছে। অহা ৯ জুনলৈ পোৰ্টেলটো মুকলি থাকিব আৰু শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে www.ahsec.assam.gov.in বা darpan.ahseconline.in ৱেৱছাইট চাব পাৰিব। লগতে শিক্ষা সংসদে সকলো শিক্ষানুষ্ঠানক ১২ জুন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।