ৰাষ্ট্ৰীয়

May 1, 2024 8:25 PM

views 67

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ ৫০ শতাংশ স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰ্যালয়ে ২০১৮ চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে। ২০১৮ চনৰ...

May 1, 2024 8:20 PM

views 151

এপ্ৰিলত দেশত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহঃ বিত্ত মন্ত্ৰ্যালয়

দেশত এপ্ৰিলত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহীত হৈছে। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে কৈছে যে, বার্ষিক ভিত্তিত এই হাৰ ১২.৪ শতাংশ বৃদ্ধি পাইছে। ঘৰুৱা লেন-দেন আৰু আমদানি বৃদ্ধিৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। মন্ত্ৰ্যালয়ে কৈছে যে, এপ্রিলত সংগৃহীত মুঠ জি এছ টিৰ ভিতৰত...

May 1, 2024 9:36 PM

views 55

নৌসেনাৰ উপ-মুৰব্বী হিচাপে ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনৰ কাৰ্য্যভাৰ গ্ৰহণ

ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনে আজি নৌসেনাৰ উপ-মুৰব্বী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ৰাষ্ট্ৰৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ১৯৮৭ৰ জুলাইত নৌসেনাত নিযুক্তি লাভ কৰা ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথন যোগায...

May 1, 2024 7:20 PM

views 97

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিভিন্ন বিদ্যালয়ত বোমা সংস্থাপনৰ বাতৰি ভুৱা বুলি দিল্লী আৰক্ষীৰ প্ৰকাশ

দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি অচিনাক্ত লোকে বিয়পোৱা বাৰ্তাটোক ভুৱা বুলি অভিহিত কৰিছে। এই বিদ্যালয় কেইখনে ই-মেইলৰ জৰিয়তে বাৰ্তাটো লাভ কৰাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ অনুসন্ধান চলি আছে বুলি সদৰি কৰি আৰক্ষীয়ে জানিবল...

May 1, 2024 1:36 PM

views 53

আকাশবাণী বাতৰি বিভাগৰ সঞ্চালকপ্রধান হিচাপে জ্যেষ্ঠ বিষয়া মৌচুমী চক্রবর্তীৰ দায়িত্ব গ্রহণ

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্রবর্তীয়ে আজি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালকপ্রধান হিচাপে দায়িত্ব গ্রহণ কৰে। ১৯৯১ বেটছৰ ভাৰতীয় তথ্য সেৱাৰ বিষয়া শ্রীমতী চক্রবর্তীয়ে প্ৰেছ ইনফৰমেচন ব্যুৰ আৰু চেন্ট্রেল ব্যুৰ অৱ কমিউনিকেচনকে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ কেইবাটাও সংবাদ সংস্থাত কার্যনির্বাহ...

May 1, 2024 11:50 AM

views 77

তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে বিজেপি চৰকাৰে দুবছৰৰ ভিতৰত দেশৰ পৰা নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰিবঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কৈছে যে তৃতীয় কাৰ্যকালৰ বাবে ক্ষমতালৈ আহিলে বিজেপি চৰকাৰে দুবছৰৰ ভিতৰত দেশৰ পৰা নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰিব। আহমেদাবাদৰ নৰোদাত কালি বিয়লি আহমেদাবাদ পূৱ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী হছমুখ পেটেলৰ হকে নির্বাচনী সভাত ভাগ লৈ শ্ৰীশ্বা...

April 30, 2024 7:50 PM

views 64

মধ্য প্ৰদেশৰ খাণ্ডৱা আৰু ৱাৰবাণীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি মধ্য প্ৰদেশৰ খাণ্ডৱা আৰু ৱাৰবাণীত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। তেঁও কয় যে পৃথককৈ বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো এতিয়া বন্ধ কৰা উচিত ৷ তেওঁ প্ৰতি ৫ বছৰৰ ব্যৱধানত দুয়োটা নির্বাচন সমান্তৰালভাৱে অনুষ্ঠিত কৰা উচিত। এইয়া বিজেপিৰ সংকল্প বুলি তেওঁ ...

April 30, 2024 7:46 PM

views 53

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ পশ্চিমবংগৰ নির্বাচনী সভাত অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কৈছে যে, পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। বর্ধমান পূৱ লোকসভা সমষ্টিত আজি এখন নির্বাচনী সভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, পশ্চিমবংগত অনুপ্ৰৱেশ এটা গুৰুতৰ সমস্...

April 30, 2024 6:59 PM

views 79

উত্তৰ-পূবত পৰৱৰ্তী ৫ দিনত বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী ৫ দিনত বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীত অহা ৫ দিনলৈকে গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি প্ৰকাশ কৰিছে। ...

April 30, 2024 6:51 PM

views 51

এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ

এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে আজি নৌসেনাৰ মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ এডমিৰেল আৰ হৰি কুমাৰৰ স্থলাভিষিক্ত হৈছে। দায়িত্ব গ্ৰহণ কৰাৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এডমিলে ত্রিপাঠীয়ে কয় যে ভাৰতীয় নৌসেনাই সমুদ্র পথেৰে হ'ব পৰা সম্ভাৱ্য যুদ্ধৰ বাবে সকলো সময়তে সাজু হৈ থকা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।