ৰাষ্ট্ৰীয়

May 2, 2024 8:48 PM

views 59

ছক্‌ছগাম উপত্যাকাৰ নিৰ্মাণৰ তথ্য সলনিৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিবাদ

ভাৰতে ছক্‌ছগাম উপত্যাকাৰ নিৰ্মাণৰ কাম-কাজৰ তথ্য সলনি কৰাৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণদ্বীপ জয়ছোৱালে কয় যে, ভাৰতে ছক্‌ছগাম উপত্যাকাক নিজৰ ক্ষেত্ৰ বুলি গণ্য কৰে আৰু ১৯৬৩ চনৰ ...

May 2, 2024 8:47 PM

views 68

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তুংগত, গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জুনাগড়ত এখন নির্বাচনী সভাত ভাগ লয় কয় যে বিজেপি চৰকাৰে সন্ত্ৰাসবাদক যোগ্য ...

May 2, 2024 8:44 PM

views 67

কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও তৃণমূল কংগ্ৰেছৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছেঃ মমতা বেনাৰ্জী

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কৈছে যে, কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও দলটোৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছে। পশ্চিমবংগৰ নাদিয়া জিলাৰ তেহট্টাত আজি কৃষ্ণানগৰৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমতী বেনাৰ্জীয়ে এইদৰে কয়। তৃণমূল কংগ্ৰেছৰ মুৰ...

May 2, 2024 8:43 PM

views 81

ভোটদাতাসকলক নিৰ্বাচনৰ পৰৱৰ্তী সময়ৰ বাবে হিতাধিকাৰীকেন্দ্ৰিক আঁচনিত পঞ্জীভুক্ত নকৰিবলৈ ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে যিকোনো বিজ্ঞাপন, এপ অথবা জৰীপৰ জৰিয়তে নির্বাচনোত্তৰ হিতাধিকাৰীকেন্দ্ৰিক আঁচনিত ব্যক্তি বিশেষৰ নাম পঞ্জীভুক্ত কৰাৰ সকলো কাম-কাজ ততালিকে বন্ধ কৰিবলৈ আৰু এনে কামৰ পৰা বিৰত থাকিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহলৈ পৰামৰ্শ জাৰি কৰিছে। আয়োগে কৈছে যে, নিৰ্বাচনৰ পাছত লাভৰ ...

May 2, 2024 6:25 PM

views 46

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ ৩ দিন বাকী, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ ...

May 2, 2024 6:23 PM

views 65

বিগত ১০ বছৰত এন ডি এৰ শাসনকালত দেশত ব্যাপক পৰিৱৰ্তন হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰত এন ডি এৰ শাসনকালত দেশে ব্যাপক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে বুলি মত প্রকাশ কৰিছে। গুজৰাটৰ আনন্দত আজি এখন ৰাজনৈতিক সমাৱেশত ভাষণ দি শ্রী মোদীয়ে কয় যে ভাৰত সম্প্রতি গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ দেশ হিচাপে পৰিগণিত হৈছে আৰু বিশ্বই এতিয়া আন্তঃৰাষ্ট...

May 2, 2024 6:21 PM

views 59

তেলেংগানাত প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

তেলেংগানাত সকলো প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে কালি সন্ধিয়া হায়দৰাবাদ লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী মাধৱীলতাৰ হৈ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। বিগত কেইবাবছৰো ধৰি হায়দৰাবাদ আসনখনৰ পৰা ৰাজ...

May 2, 2024 6:19 PM

views 62

২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ, ১৫ ছেপ্টেম্বৰ অন্তিম দিন

২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা ১৫ ছেপ্টেম্বৰ ধাৰ্য্য কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব। দেশৰ সৰ্বোচ্চ অসামৰিক সন...

May 2, 2024 6:17 PM

views 52

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকে সুতৰ হাৰ ষষ্ঠবাৰৰ বাবে ৫.২৫ৰ পৰা ৫.৫০ৰ ভিতৰত ৰাখিছে

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকে বজাৰ মূল্যৰ লগত সংগতি ৰাখি সুতৰ হাৰ ষষ্ঠবাৰৰ বাবে কোনো সাল-সলনি নকৰি ৫ দশমিক ২-৫ৰ পৰা ৫ দশমিক ৫-০ৰ ভিতৰত ৰাখিছে। যুক্তৰাষ্ট্ৰীয় মুক্ত বাণিজ্য কমিটীৰ সভাৰ দুদিন পাছত যোৱা নিশা আমেৰিকাৰ কেন্দ্রীয় বেংকে ২ শতাংশ মুদ্রাস্ফীতি হ্ৰাসৰ লক্ষ্যৰ অগ্ৰগতিৰ ক্ষেত্ৰত পিছপৰি থকাৰ প...

May 2, 2024 6:12 PM

views 45

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ শিক্ষা আৰু ছাত্রাৱাস ভাত্তা বৃদ্ধিৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাৱাস ভাত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ ৫০ শতাংশ স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰ্যালয়ে ২০১৮ চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে। ২০১৮ চনৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।