ৰাষ্ট্ৰীয়

May 6, 2024 6:28 PM

views 58

ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলটোৰ পেৰিচ অলিম্পিকলৈ যোগ্যতা অর্জন

ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলটোৱে বাহামাচৰ নাচাওত বিশ্ব এথলেটিক ৰিলেৰ দ্বিতীয় ৰাউণ্ডৰ হিটত দ্বিতীয় স্থান লাভ কৰি পেৰিচ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। ৰূপল চৌধাৰী, এম আৰ পুভাম্মা, জ্যোতিক শ্রী দান্দি আৰু শোভা ভেংকটেচনৰ দলটোৱে ৩ মিনিট ২৯.৩-৫ চেকেণ্ডৰে জামাইকাৰ দলটোৰ পাছত দ্বিতীয় স্থান দখল কৰে। ...

May 6, 2024 6:26 PM

views 64

আই পি এলত আজি মুম্বাই ইন্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হবলগীয়া খেলত মুম্বাই ইন্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ১৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্...

May 6, 2024 2:31 PM

views 55

কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষা পৰিষদ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষা পৰিষদ, চি আই এছ চি ইয়ে আজি দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলসমূহ ঘোষণা কৰিছে। চি আই এছ চি ইৰ তথ্য অনুসৰি আই চি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৯.৪৭ শতাংশ হোৱাৰ বিপৰীতে আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৮.১৯ শতাংশ। উল্লেখযোগ্য যে পৰিষদৰ দশম আৰু দ্বাদশ উভয়...

May 6, 2024 2:21 PM

views 57

পুনৰ মহাকাশলৈ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ

♦ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কাইলৈ বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্ৰথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্ৰত্যাৱৰ্তন হ'ব৷ নাছাৰ সহযোগী মহাকাশচাৰী বেৰী বুচ উইলম’ৰৰ সৈতে উইলিয়ামছে এই মহাকাশ...

May 6, 2024 2:18 PM

views 51

গৃহ মন্ত্ৰী অমিত শ্বাহে বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব

♦ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব। শ্ৰী শ্বাহে আজি বিয়লি উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ নাৰঘঘিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। ইফালে, মিত্ৰজোঁটৰ তৰফৰ পৰা আৰ জে ডিৰ উজিয়া...

May 6, 2024 2:18 PM

views 66

সু-শাসন সদায়ে আমাৰ দলৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছেঃ মোদী

◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সু-শাসন সদায়ে আমাৰ দলৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছে। ওড়িশাৰ গঞ্জম জিলাৰ বেৰহামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত‍ কানিচিত এখন জনসভা সম্বোধন কৰি তেওঁ এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু ছট্টিশগড়ৰ উদাহৰণ দিয়ে, য...

May 6, 2024 12:27 PM

views 61

দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত সন্ত্ৰাসবাদী গোটৰ ২ সহযোগীক গ্ৰেপ্তাৰ

♦ কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত কালি নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ পৰা সন্ত্ৰাসবাদী গোটৰ দুটা সহযোগীক গ্ৰেপ্তাৰ কৰিছে৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সৈতে শ্বোপিয়ানৰ আলুৰা ইমাম চাহাব এলেকাত তালাচী চলাইছিল। অভিযান...

May 11, 2024 4:48 PM

views 51

৭ মে’ত অসমকে ধৰি দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। প্ৰচাৰ অভিযানৰ অন্তিম মুহূৰ্তত সকলো ৰাজনৈতিক দলৰ নেতাই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হয় ৷ এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহ...

May 5, 2024 8:31 PM

views 50

বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিবঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি পুনৰ কয় যে, বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিব। তেওঁ আদিলাবাদৰ জনসাধাৰণক মোদীৰ গেৰাণ্টী আৰু কংগ্ৰেছৰ স্বজন-তোষণৰ ৰাজনীতিৰ মাজৰ যিকোনো এটাক বাচি ল'বলৈ আহ্বান জনায়। আদিলাবাদ...

May 5, 2024 8:26 PM

views 83

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত  ৩৫ মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত আজি ৩৫টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰে তিনিটা মাওবাদীৰ শিৰৰ বিনিময়ত পুৰস্কাৰ ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে ডাণ্টেৱাড়া আৰক্ষীয়ে চলোৱা লন ৱাৰাটো কাৰ্যসূচীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মাওবাদীসকলে আজি আৰক্ষী সঞ্চালকপ্ৰধান তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু আৰক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।