ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলটোৱে বাহামাচৰ নাচাওত বিশ্ব এথলেটিক ৰিলেৰ দ্বিতীয় ৰাউণ্ডৰ হিটত দ্বিতীয় স্থান লাভ কৰি পেৰিচ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। ৰূপল চৌধাৰী, এম আৰ পুভাম্মা, জ্যোতিক শ্রী দান্দি আৰু শোভা ভেংকটেচনৰ দলটোৱে ৩ মিনিট ২৯.৩-৫ চেকেণ্ডৰে জামাইকাৰ দলটোৰ পাছত দ্বিতীয় স্থান দখল কৰে। উল্লেখযোগ্য যে ভাৰতীয় দলটো প্রথম ৰাউণ্ডৰ কোৱালিফায়িং হিটত ৩ মিনিট ২১.৭-৪ ছেকেণ্ড সময়েৰে পঞ্চম স্থানত আছিল।
Assamese | May 6, 2024 6:28 PM | Relay Paris olympics
ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলটোৰ পেৰিচ অলিম্পিকলৈ যোগ্যতা অর্জন