January 22, 2025 7:38 PM
34
তুৰস্কৰ এখন হোটেলত হোৱা অগ্নিকাণ্ডৰ ঘটনাত নিহত লোকৰ সংখ্যা ৭৬ লৈ আৰু আহতৰ সংখ্যা ৫১ লৈ বৃদ্ধি
উত্তৰ-পশ্চিম তুৰস্কৰ এখন হোটেলত কালি হোৱা অগ্নিকাণ্ডৰ ঘটনাত নিহত লোকৰ সংখ্যা ৭৬ লৈ আৰু আহতৰ সংখ্যা ৫১ লৈ বৃদ্ধি পাইছে। তুৰস্কৰ অভ্যন্তৰীণ সুৰক্ষা বিষয়ক মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশখনৰ বলু প্ৰদেশৰ কাৰতালকায়া নামৰ ঠাইখনত থকা এই বিলাসী হোটেলখনত কালি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত জুই লাগে। জুই...