আন্তৰ্জাতিক সংবাদ

April 15, 2025 8:32 PM

views 44

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত বোমা বিস্ফোৰণত তিনিজন আৰক্ষী কৰ্মী নিহত

পাকিস্তানৰ দক্ষিণ-পশ্চিম প্রান্তৰ বেলুচিস্তান প্ৰদেশত আজি হোৱা এটা বোমা বিস্ফোৰণত তিনিজন আৰক্ষী কৰ্মী নিহত হয় আৰু অন্য ১৬ জন আহত হয়। আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। মাষ্টুং জিলাৰ কুণ্ড মাছুৰী এলেকাৰ সমীপত কালাত জিলাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰৰ আৰক্ষী কৰ্মীক কঢ়িয়াই নিয়া এখন বাছত আ...

April 15, 2025 8:14 PM

views 48

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডেনমার্কৰ প্ৰধানমন্ত্রী মেটে ফ্ৰেডৰিক্সনৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে ডেনমার্কৰ প্ৰধানমন্ত্রী মেটে ফ্ৰেডৰিক্সনৰ সৈতে কথা পাতে। কথোপকথনত দুয়োগৰাকী নেতাই ভাৰত-ডেনমার্ক সেউজ কৌশলগত সহযোগিতাৰ প্ৰতি সমর্থন প্ৰকাশ কৰে আৰু উভয় দেশৰ জনসাধাৰণৰ হিতার্থে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। শ্ৰীমতী ফ্ৰেডৰিক্সনৰ সৈত...

April 14, 2025 8:15 PM

views 54

জনপ্ৰিয় গায়িকা কেটি পেৰিকে ধৰি ছজনীয়া মহিলাৰ এটা দলক মহাকাশ কোম্পানী ব্লু অৰিজিনৰ ৰকেটত পৃথিৱীৰ বায়ুমণ্ডলৰ উৰ্ধতন সীমালৈ যাত্ৰা কৰিব

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় গায়িকা কেটি পেৰিকে ধৰি ছজনীয়া মহিলাৰ এটা দল আজি এমাজনৰ স্বত্তাধিকাৰী জেফ বেজোছৰ মহাকাশ কোম্পানী ব্লু অৰিজিনৰ এটা ৰকেটত পৃথিৱীৰ বায়ুমণ্ডলৰ উৰ্ধতন সীমালৈ যাত্ৰা কৰিব। দলটোত থকা আন আন সদস্যসকল হৈছে টেলিভিশ্বনৰ পৰিবেশিকা গেইল কিং, ছবি প্রযোজক কেৰিয়েন ফ্লিন, প্রাক্তন না...

April 14, 2025 3:06 PM

views 46

ছুডানৰ গৰফুৰ অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ২০০ৰো অধিক লোকৰ মৃত্যু

ছুডানৰ গৰফুৰ অঞ্চলত এতিয়াও ছুডান সেনাৰ অধীনত থকা শেষৰখন বৃহৎ মহানগৰ এ ফাশ্বাৰৰ আশে-পাশে থকা শিবিৰত অৰ্ধসামৰিক বাহিনীয়ে কৰা আক্ৰমণত ২০০ৰো অধিক লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে এই আক্ৰমণত মৃত্যু হোৱা লোকৰ ভিতৰত ৫৬ গৰাকী সাধাৰণ নাগৰিক। ৰাষ্ট্ৰসংঘই জনোৱা মতে দুটা বৃহৎ শৰণাৰ্থী কেন্দ্ৰত এতিয়াও আক্রমণ স...

April 14, 2025 2:44 PM

views 44

দ্বীপ ৰাষ্ট্র ফিজিৰ দক্ষিণ অংশত ৬.৩ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

দ্বীপ ৰাষ্ট্র ফিজিৰ দক্ষিণ অংশত আজি পুৱা ৬.৩ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূতাত্ত্বিক কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ তলত আছিল। ভূমিকম্পটোৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাতৰি এই পৰ্যন্ত অহা নাই। ভূমিকম্পৰ পাচত ছুনামিৰ সতর্কতাও জাৰি কৰা...

April 13, 2025 8:01 PM

views 65

ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত

ইজৰাইলে চলোৱা বিমান আক্ৰমণত গাজা চহৰত সম্পূৰ্ণৰূপে কাৰ্যক্ৰম হৈ থকা অন্তিমখন চিকিৎসালয় অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত হৈছে। গাজাৰ অসামৰিক জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা হোৱা নাই। কেন্দ্ৰীয় নুছেৰাত শৰণাৰ্থী শিবিৰ আৰু দক্ষিণৰ খ...

April 13, 2025 6:45 PM

views 41

তানজানিয়াত আফ্রিকা-ইণ্ডিয়া কী মেৰিটাইম এনগেজমেন্ট শীর্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী

তানজানিয়াত আজিৰে পৰা হবলগীয়া আফ্রিকা-ইণ্ডিয়া কী মেৰিটাইম এনগেজমেন্ট চমুকৈ এ আই কি মি শীর্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে উদ্বোধন কৰিব। এই অনুশীলনত অংশ ল'বলৈ ভাৰতীয় মহাসাগৰ জাহাজ আই অ' এছ সাগৰ হিচাপে নামকৰণ কৰা আই এন এছ সুনেইনা কালি তাঞ্জিনিয়ানৰ ডাৰ ইছ ছালাম ব...

April 13, 2025 6:00 PM

views 43

চুডানৰ এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু

চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত যোৱা ৪৮ ঘণ্টাত অৰ্ধসামৰিক বাহিনী আৰ এছ এফৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু হয়। বিভাগীয় তথ্য অনুসৰি যোৱা শুকুৰবাৰে জাম জাম শিবিৰত ১০০ জন লোক নিহত হয় আৰু কালি আবু শ্বৌক শিবিৰত ১৪ জন লোক নিহত হয়। উল্লেখযোগ্য যে এল ফাছাৰত যোৱা বছৰৰ মে' মাহৰ প...

April 10, 2025 8:24 PM

views 91

শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাট বিচৰা নাই বুলি প্ৰকাশ

শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাট বিচৰা নাই বুলি প্ৰকাশ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র লিন জিয়ানে কয়, যে চীন ক্ষান্ত নাথাকিব। জনসাধাৰণৰ বৈধ অধিকাৰ খৰ্ব হবলৈ দিয়া নহব বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্ৰতি...

April 10, 2025 7:07 PM

views 43

ডমিনিকৰ নাইট ক্লাবৰ চাঁদ খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৪ লৈ বৃদ্ধি

ডমিনিক গণৰাজ্যৰ ৰাজধানী ছাণ্ট' ডমিংগ’ৰ এটা নাইট ক্লাবত যোৱানিশা এখন চাঁদ খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৪ লৈ বৃদ্ধি পাইছে। ঘটনাস্থলীত এতিয়াও উদ্ধাৰকাৰ্য অব্যাহত আছে। বৰ্তমানলৈকে ১৪৫ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ২০ জনৰো অধিক আঘাতপ্রাপ্ত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে যোৱানি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।