আন্তৰ্জাতিক সংবাদ

April 20, 2025 8:56 PM

views 50

Desert Flag-10 অনুশীলনৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত উপস্থিত

Desert Flag-10 অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ আল ধাফ্ৰাৰ বায়ুঘাটিত উপস্থিত হৈছে। সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ বায়ুসেনাই আয়োজন কৰা এই অনুশীলনত অস্ট্রেলিয়া, বাহৰেইন, ফ্রান্স, জার্মানী, তুৰস্ক, কাটাৰ, চৌদি আৰৱ, কোৰিয়া সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ,...

April 20, 2025 11:02 AM

views 47

দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহত উপস্থিত হ'ব। এয়া হ'ব বিগত চাৰি দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম জেদ্দাহ ভ্রমণ। এই ভ্রমণে ভাৰত আৰু ছৌডি আৰবৰ মাজৰ সম্বন্ধৰ অভূতপূৰ্ব পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। এইবাৰৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো...

April 18, 2025 10:10 AM

views 67

আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ দ্বিতীয়লানি পৰমাণু আলোচনা

আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ ৰোমত হ'বলগীয়া দ্বিতীয়লানি পৰমাণু আলোচনাত ওমানৰ বিদেশ মন্ত্ৰ্যালয়ে মধ্যস্থতাকাৰীৰ ভূমিকা অব্যাহত ৰাখিব বুলি নিশ্চিতি প্ৰদান কৰিছে। মন্ত্রালয়ে এখন বিজ্ঞপ্তি যোগে কৈছে, যে যুক্তিগত কাৰণতেই ইটালীৰ ৰাজধানীখনক আলোচনাৰ নতুন স্থান হিচাপে বাছি লোৱা হৈছে। এই আলোচনাৰ জৰিয়তে বি...

April 17, 2025 8:23 PM

views 37

পাকিস্তানত প্ৰচণ্ড শিলাবৃষ্টি আৰু ব্ৰজপাতৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু

পাকিস্তানত হোৱা প্ৰচণ্ড শিলাবৃষ্টি আৰু ব্ৰজপাতৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু ঘটিছে। এই শিলাবৃষ্টিৰ ফলত দেশখনৰ ইছলামাবাদ, পঞ্জাব আৰু খাইবাৰ পাখতুনখৱাৰ বিভিন্ন অঞ্চলত যথেষ্ট ক্ষতি সাধন হৈছে। শিলাবৃষ্টিৰ ফলত যান-বাহন, ঘৰ দুৱাৰৰ লগতে ইছলামাবাদত থকা ফইজল মছজিদতো বিস্তৰ ক্ষতি হয়। খাইবাৰ পাখতুনখৱা অঞ্চলত কৃত...

April 16, 2025 8:06 PM

views 73

চীনৰ বাবে আমেৰিকালৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ২৪৫ শতাংশ প্রতিশুল্ক

চীনে আমেৰিকালৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ২৪৫ শতাংশ প্রতিশুল্কৰ সন্মুখীন হৈছে। প্ৰতিশোধমূলক কাৰ্যৰ ফলস্বৰূপে চীনে এই বর্ধিত প্ৰতিশুল্কৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি হোৱাইট হাউচ কৰ্তৃপক্ষই প্রকাশ কৰিছে। ইপিনে, মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ ...

April 16, 2025 2:29 PM

views 88

মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে চীন চৰকাৰে মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে

মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত চীন চৰকাৰে মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে আন্তর্জাতিক বাণিজ্য বিষয়ক এগৰাকী মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে। নিচেংগাং নামৰ এই মধ্যস্থতাকাৰীগৰাকীক ২০২০ চনত চীন আৰু আমেৰিকা যুক্তৰা...

April 16, 2025 2:19 PM

views 89

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই সপ্তাহত দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰথম অংশৰ প্ৰসংগ চৰ্তত কালি হস্তাক্ষৰ কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বাণিজ্য আৰু উদ্যোগ সচিব সুনিল বর্ণবানে কয় যে দুয়োপক্ষই পৰস্পৰৰ বাবে লাভদায়ক,...

April 16, 2025 12:49 PM

views 65

ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰে

ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰাৰ বাতৰি পোৱা গৈছে। সাম্প্রদায়িক বিবাদক লৈ সূত্রপাত হোৱা এই ঘটনাত আন দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনৰ বর্তমান চিকিৎসা চলি আছে। যোৱা ১১ এপ্ৰিলত সংঘটিত হোৱা এই ঘটনাক লৈ ডুবাইত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ মাজত ভয় আৰু উ...

April 16, 2025 12:40 PM

views 27

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ক পেলেষ্টাইনী ৰাজ্য স্থাপনৰ বিৰোধিতাৰ কথা দোহাৰে

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ক কয় যে তেওঁ এখন পেলেষ্টাইনী ৰাজ্য স্থাপনৰ বিৰোধিতা কৰে। নেতানাহুৱে দ্বিদেশীয় সমস্যা সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমর্থন যুগুতোৱাৰ ক্ষেত্ৰত তেওঁৰ দীৰ্ঘদিনীয়া স্থিতিৰ কথা দোহাৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ফোনযোগে ...

April 15, 2025 8:36 PM

views 53

প্ৰধানমন্ত্ৰী পৰামৰ্শ মতে ৰাষ্ট্ৰপতি থামান শ্বানমুগাৰত্নমে ছিংগাপুৰৰ সংসদ ভংগ কৰে

ছিংগাপুৰত আজি প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি থামান শ্বানমুগাৰত্নমে সংসদ ভংগ কৰে। ইয়াৰ পাছতে সাধাৰণ নিৰ্বাচনৰ জৰিয়তে প্রধানমন্ত্রী ৱঙে শাসকীয় পিপলছ একচন পাৰ্টীৰ নেতা হিচাপে প্ৰথমটো কাৰ্য্যভাৰ বিচৰাৰ সম্ভাৱনা আছে। নির্বাচন বিভাগে বিয়লিৰ ভাগত নিৰ্বাচনৰ দিন ধাৰ্য্য কৰাৰ সম্ভাৱনা আছে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।