নির্বাচন

April 22, 2024 11:30 AM

views 45

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইতিমধ্যে, গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছে। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী ক...

April 22, 2024 11:28 AM

views 40

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই বিজেপি প্রার্থী সুৰেশ বৰাৰ সমৰ্থনত আজি নগাঁও আৰু মৰিগাঁৱৰ কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰিব। বিপিএফৰ প্ৰাৰ্থী দু...

April 22, 2024 11:20 AM

views 42

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ ৯গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ ভিতৰত ৯ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ। ইয়াৰ ভিতৰত দুগৰাকী মহিলা প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধৰ গোচৰ ৰুজু হৈ আছে। অপৰাধৰ গোচৰ ৰুজু হৈ থকা প্ৰাৰ্থীৰ ভিতৰত এ আই ইউ ডি এফৰ দুজন, বিজেপি আৰু গণসুৰক্ষা পাৰ্টীৰ এজনকৈ প্ৰাৰ্থী আছে।

April 21, 2024 8:27 PM

views 43

কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

লোকসভা নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে নতুন দিল্লীত থকা কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয়ত আজি দলৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ ক...

April 21, 2024 6:22 PM

views 47

বঙাইগাঁও জিলাৰ নথিভুক্ত আৰু পঞ্জীভুক্ত সকলো মাৰণাস্ত্ৰ জমা দিবলৈ প্ৰশাসনৰ নিৰ্দেশ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভ...

April 21, 2024 6:16 PM

views 50

কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্র নাকচ

কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্র অবৈধ বুলি নির্বাচন আয়োগে এটা নির্দেশ যোগে ঘোষণা কৰিছে। এই সংক্ৰান্তত কোকৰাঝাৰ সমষ্টিৰ মুঠ ১৬ খন মনোনয়ন পত্ৰৰ ভিতৰত নৱ কুমাৰ শৰনীয়াৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত অবৈধতাৰ ভিত্তিত নাকচ কৰা হৈছে বুলি ৰিটার্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বি...

April 21, 2024 6:07 PM

views 55

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। এই উদ্দেশ্যেৰে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বোত অংশগ্...

April 21, 2024 1:21 PM

views 47

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ ৫ টা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্...

April 21, 2024 1:02 PM

views 41

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। কাইলৈ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী...

April 21, 2024 1:27 PM

views 53

২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে দেশৰ ৮৮ টা সংসদীয় সমষ্টিত ১,১৯৮ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অহা ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে দেশৰ ৮৮ টা সংসদীয় সমষ্টিত ১,১৯৮ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দ্বিতীয় পৰ্যায়ত অসমত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। কৰিমগঞ্জত ২৪, নগাওঁত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱত...