July 26, 2026 8:21 PM
ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্রালয়ৰ প্রকাশ
বৈজ্ঞানিক পৰিকল্পনা আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে "কেটচ দ্য ৰেইন অভিযান" আৰু "মিছন জল ৰক্ষা"ৰ অধীনত ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্রালয়ে প্রকাশ কৰিছে। ৬৬২ খন গাঁৱত ৬০ হাজাৰতকৈও অধিক পানী সংৰক্ষণ আৰু জল পুনৰ ভৰ্তিৰ সুবিধা সৃষ্টি কৰ...