ব্যৱসায়

November 10, 2024 8:01 PM

views 69

কাইলৈৰ পৰা নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদেশ মন্ত্ৰ্যালয়ৰ সহযোগত কাইলৈৰ পৰা নতুন দিল্লীত ৬ দিনীয়া ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচী অহা ১৬ নৱেম্বৰত অন্ত পৰিব। এই কাৰ্যসূচীত মালদ্বীপ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ডৰ সৈতে মুঠ ৮ খন দেশৰ ৰাষ্ট্ৰীয় ...

November 10, 2024 7:18 PM

views 95

ৰাজ্যৰ কৃষকসকলৰ বিত্তীয় সাক্ষৰতাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৃষাৰ্থক শীৰ্ষক পদক্ষেপৰ দ্বাৰা ২ লাখৰো অধিক কৃষক উপকৃত

অসম কৃষি ব্যৱসায় গ্ৰাম্য ৰূপান্তৰকৰণ প্রকল্প অর্থাৎ এপাৰ্টে ৰাজ্যখনৰ কৃষকসকলৰ বিত্তীয় সাক্ষৰতাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৃষাৰ্থক শীৰ্ষক পদক্ষেপৰ দ্বাৰা ২ লাখৰো অধিক কৃষক উপকৃত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত ২ শতাধিক স্থানীয় যু...

November 10, 2024 11:56 AM

views 85

কেন্দ্ৰীয় চৰকাৰৰ শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয়

চৰকাৰে এইবাৰৰ খাৰিফ বিপণন বৰ্ষত শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয় কৰিছে আৰু ইয়াৰ পৰা পাঞ্জাবৰ ৬ লাখ ৫৮ হাজাৰৰো অধিক খেতিয়ক উপকৃত হৈছে। খেতিয়কসকলক ২৭ হাজাৰ ৯৯৫ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্য আদায় দিয়া হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে চৰকাৰে ...

November 3, 2024 8:43 PM

views 117

কেন্দ্ৰীয় চৰকাৰৰ ৩০ নৱেম্বৰলৈ চলিত বিপনন সত্ৰ ১৮৫ লাখ টন ধান ক্ৰয়ৰ সিদ্ধান্ত

চৰকাৰে কৈছে যে, পাইকাৰী বজাৰলৈ ৯০ লাখ টনৰো অধিক ধান আহিছে। ইয়াৰ ভিতৰত পাঞ্জাবত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থাসমূহে আৰু ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে। গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে এ গ্রেড ধানৰ বাবে ধাৰ্য্য কৰা প্ৰতিকুইণ্টলত ২,৩২০ টকা মূল্যত এই ধান ক্ৰয...

October 31, 2024 7:45 PM

views 84

নেচনেল আৰু বোম্বে ষ্টক একচেঞ্জৰ বাৰ্ষিক দীপাৱলী মুহুৰত ট্রেডিং সত্ৰৰ আয়োজন

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জে বাৰ্ষিক দীপাৱলী মুহুৰত ট্রেডিং সত্ৰৰ আয়োজন কৰিব। এই বিশেষ সত্ৰৰে চম্বত ২০৮১ বৰ্ষ আৰম্ভ হ'ব। নেচনেল ষ্টক একছেঞ্জে জাৰি কৰা জাননি অনুসৰি কাইলৈ সন্ধিয়া ৫ বাজি ৪৫ মিনিটৰ পৰা ৬ বজালৈ বিশেষ প্ৰাক সত্ৰৰ আয়োজন কৰা হব আৰু সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ স্বাভাৱিক ট...

October 17, 2024 6:30 PM

views 77

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন কৰা হৈছে। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই অসমৰ কৃষিজীৱী ৰাইজে কাতি বিহু উপলক্ষে সেৱা জনায়। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায় । কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ ল...

October 17, 2024 10:57 AM

views 102

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী ...

October 16, 2024 8:50 PM

views 80

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী ...

October 16, 2024 11:20 AM

views 65

মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন আজি মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। প্রথম পর্যায়ত শ্রীমতী সীতাৰমনে কাইলৈৰ পৰা ২০ অক্টোবৰলৈ মেক্সিকো ভ্ৰমণ কৰিব। তাত তেওঁ গ্ৰাডলজাৰাত হ'বলগীয়া প্ৰযুক্তি বিশেষজ্ঞসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰিব। তেওঁ লগতে মেক্সিকোৰ বিত্ত আৰু ৰাজহ...

October 6, 2024 8:42 PM

views 90

কাইলৈ গুৱাহাটীত কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠান

ৰাজ্য চৰকাৰে কাইলৈ কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্...