ব্যৱসায়

September 1, 2024 1:17 PM

views 136

গুৱাহাটীত গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা গুৱাহাটীত গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি পাব। সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি আজিৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী দাম ৬৪ টকা ৪০ পইচা আৰু খুছুৰা ৬৭ টকা হ'ব। উল্লেখযোগ্য যে, বৃহত্তৰ গুৱাহাটী গোপালক সন্থাই খুঁটিত গাখীৰৰ দাম প্রতি লিটাৰত ২ টকা ...

August 18, 2024 11:30 AM

views 194

প্ৰতিষেধকৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত চবকা ৰোগ মুক্ত ভাৰতৰ লক্ষ্য

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কালি প্ৰতিষেধকৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত চবকা ৰোগ মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে বিভাগটোৱে লোৱা ব্যৱস্থাৰ পৰ্যালোচনা চলায় ৷ শ্রী সিঙে কয় যে পশুধন খণ্ড অকল ভাৰতীয় অৰ্থব্যৱস্থাৰ বাবেই নহয় বৰং খেতিয়কসকলৰ জীৱিকাৰ দিশৰ পৰাও গ...

August 8, 2024 2:12 PM

views 101

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱম বাৰৰ বাবে পলিচী ৰেপ’ হাৰ ৬.৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱম বাৰৰ বাবে পলিচী ৰেপ’ হাৰ ৬.৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। স্থায়ী জমা সুবিধা - এছ ডি এফৰ হাৰ ৬.২৫ শতাংশ আৰু প্ৰান্তীয় স্থায়ী সুবিধা - এম এছ এফ তথা বেংকৰ হাৰো ৬.৭৫ শতাংশতে থাকিব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে চলিত বিত্তীয় বৰ্ষৰ বাব...

August 1, 2024 8:44 PM

views 91

গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নির্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ

কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এটা নির্দেশযোগে গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিয়ে। উল্লেখযোগ্য যে এজন গ্রাহকে বেয়া হোৱা মোবাইল ফোনৰ বাবদ কোম্পানীটোৰ পৰা উপযুক্ত সেৱা লাভ নকৰাৰ অভিযোগত উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ ওচৰ...

July 23, 2024 9:57 AM

views 140

লোকসভাত  আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি দিনৰ ১১ বজাত লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথম বাজেট হ'ব। ইপিনে ২০১৯ বৰ্ষত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্রীসীতাৰমনৰ ক্ৰমাগত সপ...

July 21, 2024 8:16 PM

views 110

ষ্টক মার্কেট সন্দৰ্ভত পৰামৰ্শ দিয়া দিপফেক ভিডিঅ সমূহৰ বিৰুদ্ধে দ্রুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

নেচনেল ষ্টক এক্সচেঞ্জৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াই ষ্টক মার্কেট সন্দৰ্ভত পৰামৰ্শ দিয়া দিপফেক ভিডিঅ সমূহৰ বিৰুদ্ধে দ্রুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ে সামাজিক মাধ্যম মঞ্চৰ মধ্যস্থতাকাৰীক নিৰ্দেশ দিছে। ন্যায়াধীশ আৰ আই চাগলাৰ বিচাৰপীঠে ফেচবুক, ৱাটছএপ, ইনষ্টাগ্ৰাম, টেলি...

July 14, 2024 1:10 PM

views 176

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰ হিচাপে ৬ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ

আয়কৰ বিভাগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰ হিচাপে ৬ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ কৰাৰ লগতে চলিত মাহৰ এঘাৰ তাৰিখলৈকে ৭০,৯০২ কোটি টকা ঘুৰাই দিছে। এই সম্পৰ্কত আয়কৰ বিভাগে প্ৰকাশ কৰা তথ্যত মুঠ সংগ্ৰহৰ প্ৰায় ২ লাখ ৬৫ হাজাৰ টকা কৰ্পৰেট কৰ, ৩ লাখ ৬১ হাজাৰ টকা ব্যক্তিগত আয়কৰ আৰু ১,৪...

July 14, 2024 12:26 PM

views 111

খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানৰ বৈঠক

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানে কালি খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। এই আলোচনাত কোম্পানীসমূহৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও স্থান পায়। ইয়াৰ লগতে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১৯ৰ পৰা ২২ ছেপ্তেম্বৰলৈ হ'বলগীয়া বিশ্...

July 7, 2024 8:38 PM

views 145

উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট সমীক্ষা সম্পন্ন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট আলোচনা সম্পূৰ্ণ কৰিছে। বাজেট প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা প্রক্রিয়া সম্পূৰ্ণ কৰিছে। যোৱা ১৯ জুনৰ পৰা ৫ জুলাইলৈকে বিত্ত মন্ত্ৰা...

May 1, 2024 8:20 PM

views 150

এপ্ৰিলত দেশত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহঃ বিত্ত মন্ত্ৰ্যালয়

দেশত এপ্ৰিলত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱা কৰ সংগৃহীত হৈছে। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে কৈছে যে, বার্ষিক ভিত্তিত এই হাৰ ১২.৪ শতাংশ বৃদ্ধি পাইছে। ঘৰুৱা লেন-দেন আৰু আমদানি বৃদ্ধিৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। মন্ত্ৰ্যালয়ে কৈছে যে, এপ্রিলত সংগৃহীত মুঠ জি এছ টিৰ ভিতৰত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।