ব্যৱসায়

January 14, 2025 7:56 PM

views 228

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালন

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীত...

January 14, 2025 7:40 PM

views 78

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাঘবিহুৰ দিনা কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ বিস্তীর্ণ শস্য ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই চাপৰিটোৰ যুৱ সমাজে আত্ম-নিৰ্ভৰ কৃ...

January 14, 2025 10:43 AM

views 200

সমগ্ৰ ৰাজ্যত ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ

আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্রীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগা...

January 5, 2025 7:18 PM

views 97

দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ড০ শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয...

January 5, 2025 11:08 AM

views 90

বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ১১ টাকৈ বেংক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল

বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং আইন ১৯৫৪ৰ অধীনত দেশৰ ভিন্ন পান্তৰ ১১ টাকৈ বেংক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ইয়াৰে ভিতৰত বিগত সময়ছোৱাত বিভিন্ন বিত্তীয় কেলেংকাৰীত নাম সাঙুৰ খোৱা তেজপুৰৰ মহাভৈৰব কো অপাৰেটিভ আৰবান বেংক লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰো ৰিজ...

December 25, 2024 12:49 PM

views 71

ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক কৃষি বিভাগৰ আহ্বান

ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। সেই অনুসৰি মাকৈ, সৰিয়হ আৰু আলুৰ বাবে অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলে পঞ্জীয়ন কৰিব পাৰিব। আনহাতে বৰো ধান আৰু কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত বীম...

December 22, 2024 8:22 PM

views 89

চলিত মাহত বিদেশী বিনিয়োগকাৰীৰ ভাৰতীয় মূলধনী বজাৰত ২৬ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ

চলিত মাহত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় মূলধনী বজাৰত ২৬ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ কৰে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটি বজাৰত ২১,৭৮৯ কোটি টকা আৰু ঋণৰ বজাৰত ৪,৬৪৬ কোটি টকা বিনিয়োগ কৰি ভাৰতীয় মূলধনী বজাৰত মুঠ বিনিয়োগ ২৬,৪৩৫ কোটি টকালৈ বৃদ্ধি কৰে । বিগত কেইমাহম...

December 22, 2024 11:44 AM

views 54

৫৫ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কৰ আৰু গাঁথনিৰ পৰিৱৰ্তনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৫৫ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কৰ আৰু গাঁথনিৰ পৰিৱৰ্তনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ৰাজস্থানৰ জেয়চেলমেৰত অনুষ্ঠিত বৈঠকখনত ক্ষুদ্র কোম্পানীসমূহৰ বাবে নতুন পঞ্জীয়ন প্রক্রিয়াত অনুমোদন জনোৱা হয়। তদুপৰি ৫০ শতাংশতকৈ অধিক চাদ থকা এ চি চ...

December 15, 2024 9:02 PM

views 76

ডিচেম্বৰ মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ

বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতৰ ইকুইটি বজাৰত ২২,৭৬৬ কোটি টকা আৰু ঋণৰ বজাৰত ৪,৮১৪ কোটি টকা বিনিয়োগ কৰিছে। বিদেশী বিনিয়োগকাৰীসকলে যোৱা মাহত ২১,৬১২ কোটি আৰু অক্টোবৰ মাহ...

December 15, 2024 6:33 PM

views 61

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলকাতাৰ জি আৰ জেটীত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীসোণোৱালে গংগা নৈৰ এক নম্বৰ ৰাষ্ট্ৰীয় জলপথ, দুই নম্বৰ ব্ৰহ্মপুত্ৰ নৈৰ ৰাষ্ট্ৰীয় জলপথ আৰু ১৬ নম্বৰ বৰাক নৈৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।